স্থানীয় বাৰ্তা

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ  অহা ৭ মে'ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয়...

চিৰাঙত খেতিপথাৰতে নষ্ট শাক-পাচলি

পাণবাৰী দেশত তৃতীয় পৰ্যায় লকডাউনৰ ফলত কৃষকৰ মাজত হাহাকাৰ হৈছে৷ লকডাউনৰ ফলত কৃষকৰ পাচলি পথাৰতে গেলি-পচি যাবলৈ ধৰাত চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা অঞ্চলৰ...

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী...

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

দৰং   দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ : তদন্তৰ দাবী

নাজিৰা  এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ...

Popular