স্থানীয় বাৰ্তা

অপহৰণ নহয়, প্ৰেমিকৰ সৈতে পলাই গৈছিল বেবীলিনা শৰ্মা

অপহৰণ নহয়, প্ৰেমিকৰ সৈতে পলাই গৈছিল বেবীলিনা শৰ্মা। চানমাৰি আৰক্ষীৰ তদন্তত পোহৰলৈ প্ৰকৃত ঘটনা। প্ৰেমিকৰ সৈতে বাৰানসীত আত্মগোপন কৰি আছিল বেবীলিনা।

অসম কন্যা অশ্মিতা পালকক ‘ভাৰত বিভূষণ সম্মান ২০২৬’ প্ৰদান

অসম কন্যা অশ্মিতা পালকক 'ভাৰত বিভূষণ সম্মান ২০২৬' প্ৰদান

শ্ৰমদান কৰিবলৈ ইচ্ছুক শিক্ষকক দুদিনৰ বিশেষ চুটি ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ক আহ্বান গুৰুগৃহ ফাউণ্ডেচনৰ

শ্ৰমদান কৰিবলৈ ইচ্ছুক শিক্ষকক দুদিনৰ বিশেষ চুটি ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী ক আহ্বান গুৰুগৃহ ফাউণ্ডেচনৰ

শিৱসাগৰৰ বানপীড়িতৰ বাবে বৰপেটাৰোডবাসীৰ মহানুভৱতাঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১৩.৮০ লাখ টকাৰ অনুদান

শিৱসাগৰৰ বানপীড়িতৰ বাবে বৰপেটাৰোডবাসীৰ মহানুভৱতাঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১৩.৮০ লাখ টকাৰ অনুদান

বৰক্ষেত্ৰীৰ দৌলাশালৰ সমীপৱৰ্তী ৰৌমাৰী পথাৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া

বৰক্ষেত্ৰীৰ দৌলাশালৰ সমীপৱৰ্তী ৰৌমাৰী পথাৰত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। বিগত প্রায় এমাহ ধৰি চেঙাৰ ৰৌমাৰী পথাৰত গৰাখহনীয়া অব্যাহত আছে।

Popular