স্থানীয় বাৰ্তা

‘…মানৱতা বিপদমুক্ত নহয়’, নীলিম কুমাৰৰ সৈতে ম’ৰেল পুলিচিঙৰ ঘটনা

কবি নীলিম কুমাৰৰ সৈতে ম’ৰেল পুলিচিঙৰ ঘটনা। বাঘবৰত কবিতাৰ পাঠৰ অনুষ্ঠানত অংশ ল’বলৈ গৈ মৰেল পুলিচিঙৰ বলি হয় বিশিষ্ট কবি নীলিম কুমাৰ।

কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱঃ লণ্ডভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ

কচুৱাত বনৰীয়া হাতীৰ উপদ্ৰৱ। কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।

সোণাপুৰত পাইপ লাইন ফাটি জলমগ্ন 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

সোণাপুৰত পাইপ লাইন ফাটি জলমগ্ন 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। সোণাপুৰ স্থিত SSB সেনা ছাউনীৰ সন্মুখত ফাটে পানীৰ পাইপ লাইন।

চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে ১.৫ লাখ টকাৰ সাহায্য অভিনেত্ৰী সীমা বিশ্বাসৰ

বানত ক্ষতিগ্ৰস্ত লোকক ঘৰুৱা বাচন-বৰ্তন ক্ৰয় কৰাৰ বাবে এই পুঁজি আগবঢ়োৱা বুলি সদৰি কৰিছে চৰাইদেউ জিলা প্ৰশাসনে।

শিৱসাগৰৰ বানাক্ৰান্তক সহায়ৰ হাত নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ

শিৱসাগৰৰ বানাক্ৰান্তক সহায়ৰ হাত নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ

Popular