স্থানীয় বাৰ্তা

কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বীজ আৰু ৰোপন সামগ্ৰী বিতৰণ

কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত বীজ আৰু ৰোপন সামগ্ৰী বিতৰণ

বলিয়া বানত মৰমৰ কুকুৰটোক বচাবলৈ গৈ প্ৰাণ হেৰুৱাইছিল কণমানি ৰিদীপে

উভতি নহাৰ বাটেৰে অজান দেশলৈ গ'লগৈ ৰিদীপ পানিকা। বলিয়া বানত মৰমৰ কুকুৰটোক বচাবলৈ গৈ প্ৰাণ হেৰুৱাইছিল কণমানি ৰিদীপে।

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দৰং জিলা সাহিত্য সভাঃ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়ালে দুই লক্ষাধিক টকাৰ শিক্ষা-সামগ্ৰী

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দৰং জিলা সাহিত্য সভাঃ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়ালে দুই লক্ষাধিক টকাৰ শিক্ষা-সামগ্ৰী

নেমছুৰ দৰং জিলা সমিতিৰ মহানুভৱতাঃ শিৱসাগৰৰ বানাক্ৰান্ত কাষত সহায়ৰ হাত সংগঠনটোৰ

নেমছুৰ দৰং জিলা সমিতিৰ মহানুভৱতাঃ শিৱসাগৰৰ বানাক্ৰান্ত কাষত সহায়ৰ হাত সংগঠনটো

নগাঁৱৰ কাতিমাৰীৰ CRPFৰ কেম্পত ভয়ংকৰ ঘটনাঃ তিনিজন CRPF জোৱান নিহত

নগাঁৱৰ কাতিমাৰীৰ CRPFৰ কেম্পত ভয়ংকৰ ঘটনা। সতীৰ্থৰ গুলীত নিহত তিনিজন CRPF জোৱান। হেড কনিষ্টবল বিষ্ণু পণ্ডিত বাঘেলৰ মৃত্যু। মৃত্যু হয় ASI বালানী প্ৰেমাৱৰম। ASI ৰামলাল সিং যাদৱৰো মৃত্যু।

Popular