স্থানীয় বাৰ্তা

নলবাৰীত “লুমিনাচ্ মাইণ্ড ষ্টেট অলিম্পিয়াড ২০২৬” শীৰ্ষক এক শৈক্ষিক আৰু বৌদ্ধিক অভিযানৰ শুভ আৰম্ভণি

বিৱৰণী পত্ৰিকা আৰু বেনাৰ মুকলি কৰে কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা তথা বিশিষ্ট শিক্ষাবিদ ড° সঞ্জীৱ কুমাৰ গোস্বামীয়ে।

কুমাৰ ভাস্কৰ বৰ্মা সেতুত চেলফি তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এজন কিশোৰ

কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন। কুমাৰ ভাস্কৰ বৰ্মা সেতুত চেলফি তুলিবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন এজন যুৱক।

প্ৰহ্লাদ যোশী হ’ব দেশৰ নতুন শিক্ষামন্ত্ৰী

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে দেশৰ নতুন শিক্ষামন্ত্ৰী ঘোষণা। প্ৰহ্লাদ যোশী হ'ব দেশৰ নতুন শিক্ষামন্ত্ৰী।

চৰাইদেউ আৰু শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত অসম সাহিত্য সভাঃ ৰোহিনী দুৱৰাৰ পৰিয়ালক সংস্থাপনৰ আহ্বান

চৰাইদেউ আৰু শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত অসম সাহিত্য সভাঃ ৰোহিনী দুৱৰাৰ পৰিয়ালক সংস্থাপনৰ আহ্বান

দৰং গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ পদক্ষেপঃ জুবিন গাৰ্গক মৰণোত্তভাৱে ছহিদ মোজাম্মিল স্মাৰক মাতৃভাষা বঁটা আৰু জাতীয় কন্ঠ উপাধি প্ৰদান

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ছহিদ মোজাম্মিল স্মাৰক মাতৃভাষা বঁটা আৰু জাতীয় কন্ঠ উপাধি প্ৰদান।গুৱাহাটীস্থ অভিনয়া, জোনালী ষ্টুডিঅ'ত গৰিমা শইকীয়া গাৰ্গৰ হাতত বঁটা অৰ্পণ

Popular