Breaking

Browsing Category

স্থানীয় বাৰ্তা

টীয়কত চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিদায় সভা…

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক ৰাজেন বৰুৱা আৰু কানন গো গোবিন্দ নাথৰ কৰ্ম জীৱনৰ অন্তিম দিনত আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। টীয়ক ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত টীয়কৰ
Read More...

গড়ভঙাত ধুমুহাত বিধ্বস্ত লোকলৈ প্ৰশাসনৰ সহায়ৰ হাত…

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ৩১ মাৰ্চত পশ্চিম গুৱাহাটীৰ সমষ্টিৰ অন্তৰ্গত ৰাণী আৰু গড়ভঙা অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। আনকি ৰাণীত প্ৰায় ৪০০ টা পৰিয়ালৰ প্ৰায় ৬০০ টা ঘৰ কম - বেছি পৰিমাণে ধ্বংস হোৱাৰ বিপৰীতে গড়ভঙাৰ জালুকপাহাম আৰু মাটাঙত ৬০ টা
Read More...

নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱত ‘জেৰাণ্ড ব্ৰিকচ’ ৰ দ্বিতীয়টো উদ্যোগ স্থাপন…

অসম চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত অসম ষ্টাৰ্টআপৰ মানচিত্ৰত দিশ নিৰ্ণয়ক ভূমিকা লোৱা ' Zerund Manufacturing Private Limited ' এ অসমৰ লগতে মুম্বাইৰ ব্যৱসায়িক সফলতাৰে পাঁচটা বৰ্ষ অতিক্ৰম কৰিছে। চাকৰি পাইও চাকৰি নকৰি ব্যৱসায়কে জীৱনৰ মূলমন্ত্ৰ হিচাপে
Read More...

গোলকগঞ্জ আৰক্ষীৰ অভিযানত আটক ১জন আই পি এল বুকি…

অবৈধ তীৰ,জুৱা, নিচাজাতীয় দ্ৰব্য আদিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী প্ৰশাসনৰ দিনে-নিশাই অভিযান অব্যাহত আছে। আই পি এল বুকিৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। আজি এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান
Read More...

সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা…

সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা। খনিকৰ (মিছামৰা)অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ সৌজন্যত এই সম্বৰ্ধনা। অসম ৰাজ্যিক কাৰাটে সন্থাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সমৰকলাবিদ সঞ্জীৱ বৰাই।
Read More...

তিতাবৰৰ চৰকাৰী আদৰ্শ শিক্ষানুষ্ঠান বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ত ‘উৎসৱ…

অসমত চৰকাৰী শিক্ষানুষ্ঠানৰ মান দিনক দিনে অৱনমিত হোৱাৰ বাতৰিয়ে সচেতন নাগৰিকক আশাহত কৰাৰ সময়ত তিতাবৰৰ বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ে দেখুৱাই আহিছে এখন অগতানুগতিক প্ৰতিচ্ছবি। তিতাবৰৰ বগাৰগাঁৱত ধলী নদীৰ পাৰত প্ৰাকৃতিক পৰিৱেশেৰে
Read More...

পুৰণিগুদামত অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সামৰণি পৰিল ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা, শিশুৰ…

নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু শিশু সাংস্কৃতিক সমাৰোহখনি দেওবাৰে নিশা অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সফল সামৰণি পৰে
Read More...

মাজবাট বিধানসভা সমষ্টিৰ বৰঝাৰৰ গাঁও পঞ্চায়তৰ বুথে বুথে কন্ঠশিল্পী সীমান্ত শেখৰৰ নিৰ্বাচনী প্ৰচাৰ….

সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দলীয় নেতৃবৃন্দ। ব্যতিক্ৰম নহয় বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি। মঙ্গলবাৰে মাজবাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰীৰ
Read More...

হোলীৰ আনন্দই কাল হ’ল তামাৰহাটৰ এটা পৰিয়ালৰ…

তামাৰহাটৰ শগুণচৰা গাঁৱত শোকাবাহ ঘটনা। গংগাধৰ নদীত সন্ধানহীন বিশ্বজিৎ বেপাৰী নামৰ এজন কিশোৰ। হোলী খেলি তিনি বন্ধু মিলি নদীত গা ধুবলৈ গৈছিল বিশ্বজিৎ বেপাৰী নামৰ কিশোৰ জনেও। তাৰে দুজন ওপৰলৈ উঠি আহে যদিও বিশ্বজিৎ সন্ধানহীন হৈ পৰে গংগাধৰ নদীত।
Read More...

‘এটা ফোন কৰিলে বিজেপি দলত যোগদান কৰিব বিৰোধী দলৰ শোণিতপুৰৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে’…

সোমবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হয়। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ২৭ মাৰ্চত দাখিল কৰিব মনোনয়ন পত্ৰ৷ মনোনয়ন পত্ৰ প্ৰদানৰ সময়ত ৰঞ্জিত দত্তক সংগ দিব
Read More...