Breaking

Browsing Category

স্থানীয় বাৰ্তা

সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা…

সমৰকলাবিদ সঞ্জীৱ বৰাক ৰাজহুৱা সম্বৰ্ধনা। খনিকৰ (মিছামৰা)অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমিৰৰ সৌজন্যত এই সম্বৰ্ধনা। অসম ৰাজ্যিক কাৰাটে সন্থাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল সমৰকলাবিদ সঞ্জীৱ বৰাই।
Read More...

তিতাবৰৰ চৰকাৰী আদৰ্শ শিক্ষানুষ্ঠান বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ত ‘উৎসৱ…

অসমত চৰকাৰী শিক্ষানুষ্ঠানৰ মান দিনক দিনে অৱনমিত হোৱাৰ বাতৰিয়ে সচেতন নাগৰিকক আশাহত কৰাৰ সময়ত তিতাবৰৰ বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ে দেখুৱাই আহিছে এখন অগতানুগতিক প্ৰতিচ্ছবি। তিতাবৰৰ বগাৰগাঁৱত ধলী নদীৰ পাৰত প্ৰাকৃতিক পৰিৱেশেৰে
Read More...

পুৰণিগুদামত অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সামৰণি পৰিল ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা, শিশুৰ…

নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু শিশু সাংস্কৃতিক সমাৰোহখনি দেওবাৰে নিশা অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সফল সামৰণি পৰে
Read More...

মাজবাট বিধানসভা সমষ্টিৰ বৰঝাৰৰ গাঁও পঞ্চায়তৰ বুথে বুথে কন্ঠশিল্পী সীমান্ত শেখৰৰ নিৰ্বাচনী প্ৰচাৰ….

সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দলীয় নেতৃবৃন্দ। ব্যতিক্ৰম নহয় বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি। মঙ্গলবাৰে মাজবাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰীৰ
Read More...

হোলীৰ আনন্দই কাল হ’ল তামাৰহাটৰ এটা পৰিয়ালৰ…

তামাৰহাটৰ শগুণচৰা গাঁৱত শোকাবাহ ঘটনা। গংগাধৰ নদীত সন্ধানহীন বিশ্বজিৎ বেপাৰী নামৰ এজন কিশোৰ। হোলী খেলি তিনি বন্ধু মিলি নদীত গা ধুবলৈ গৈছিল বিশ্বজিৎ বেপাৰী নামৰ কিশোৰ জনেও। তাৰে দুজন ওপৰলৈ উঠি আহে যদিও বিশ্বজিৎ সন্ধানহীন হৈ পৰে গংগাধৰ নদীত।
Read More...

‘এটা ফোন কৰিলে বিজেপি দলত যোগদান কৰিব বিৰোধী দলৰ শোণিতপুৰৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে’…

সোমবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হয়। বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ২৭ মাৰ্চত দাখিল কৰিব মনোনয়ন পত্ৰ৷ মনোনয়ন পত্ৰ প্ৰদানৰ সময়ত ৰঞ্জিত দত্তক সংগ দিব
Read More...

হালাকুৰাত তিনিটা চোৰাং গৰু জব্দ…

ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ অন্তৰ্গত লোহাজানীত দেওবাৰে সন্ধিয়া স্থানীয় ৰাইজে তিনিটাকৈ চোৰাং গৰু আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি সন্ধিয়া দুই চোৰাং ব্যৱসায়ীয়ে বাংলাদেশ চালানৰ উদ্দেশ্যে আৰক্ষীৰ চকুত
Read More...

স্বৰাজ শশাংক গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলী গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ…

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কণানদীত দুৰ্ঘটনাত  আকস্মিক মৃত্যুক সাৱতি লোৱা লখিমপুৰ জিলা ছাত্ৰ সন্হাৰ  সাধাৰণ সম্পাদক তথা ঢকুৱাখনা নিৱাসী স্বৰাজ শশাংক গগৈক শুক্ৰবাৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷
Read More...

জাগীৰোডত ১ কোটি টকাৰ ড্ৰাগছ জব্দ…

জাগীৰোডত আজি ষ্টেটিক ছাৰ্ভিলেন্সৰ এটা দলে জাগীৰো আৰক্ষীৰ সহযোগত এখন এল্টো বাহনত জব্দ কৰে ১২৫.৬ গ্ৰাম ওজনৰ ড্ৰাগছ । নগাঁৱৰ জুৰীয়াৰ পৰা জাগীৰোড ৰেল ষ্টেচনৰ অভিমূখে পূৱা প্ৰায় ৪.৩০ বজাত AS-02-N-3157 নম্বৰৰ এল্টো বাহনখনত কঢ়িয়াই অনা অৱস্থাত
Read More...

তেজপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাঃ ভূপেন বৰাৰ দোকান এইবাৰ বন্ধ হ’ব

ৰকিবুল হুছেইন বৃহৎ শূন্য হ’ব আৰু কংগ্ৰেছে অসমত খাটা খুলিব নোৱাৰিব৷তেজপুৰত আজি এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ স’তে তেজপুৰৰ চানমাৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ বিজেপিৰ
Read More...