Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
স্থানীয় বাৰ্তা
সোনম ৱাংচুকৰ ছবি অঁকা দুই যুৱকক আটক
উত্তৰ গুৱাহাটী আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা শুভাৰম্ভ
মৰিয়নিৰ শিৱম চাহাই সৰ্ব ভাৰতীয় NEET-পৰীক্ষাত ৫৪৪ নম্বৰ লাভ কৰে
সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
অসম
দৈনন্দিন বাৰ্তা
-
August 5, 2022
জনতা ভৱনত সশস্ত্ৰ সীমা বলৰ নৱনিযুক্ত সঞ্চালকপ্ৰধান সুজয় থাওচেনৰ সৈতে বাৰ্তালাপত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দেশৰ অন্যতম অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষতম স্থানত এগৰাকী অসমৰ...
কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন…
অসম
দৈনন্দিন বাৰ্তা
-
August 5, 2022
কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰনিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসটো শুকুৰবাৰে উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত...
পাঁচ বছৰীয়া ৰাহুলৰ চকুৰে এতিয়া পৃথিৱী দেখিছে এহাল দৃষ্টিহীন পিতৃ মাতৃয়ে
অসম
দৈনন্দিন বাৰ্তা
-
August 5, 2022
বিগত দুদিন ধৰি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা এখন প্ৰতিচ্ছবি য'ত দেখা পোৱা গৈছে দৃষ্টিহীন পিতৃ মাতৃক বাট দেখাইছে তেওঁলোকৰ কনমানি সন্তানটিয়ে। পৰিয়ালটোৰ...
কমলপুৰত ৰ’য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন …
অসম
দৈনন্দিন বাৰ্তা
-
August 5, 2022
কমলপুৰত বৃহস্পতিবাৰে ৰ'য়েল কাৰাটে একাডেমীয়ে বৰ্ষপূৰ্তি পালন কৰে। একাডেমীৰ প্ৰশিক্ষক ইমদাদ আহমেদে প্ৰশিক্ষাৰ্থী আৰু অভিভাৱক সকলৰ উপস্থিতিত কেক কাটি পালন কৰে এবছৰীয়া বৰ্ণিল যাত্ৰা। কমলপুৰৰ...
তামুলপুৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা…
স্থানীয় বাৰ্তা
দৈনন্দিন বাৰ্তা
-
August 4, 2022
তামুলপুৰ জিলাৰ সদৰস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত অধীক্ষক দুৰ্গা কিঙ্কৰ ভট্টাচাৰ্যৰ উদ্যোগত এখন হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত হৈ...
1
...
649
650
651
...
2,192
Page 650 of 2,192
Popular
সোনম ৱাংচুকৰ ছবি অঁকা দুই যুৱকক আটক
দৈনন্দিন বাৰ্তা
-
July 18, 2026