স্থানীয় বাৰ্তা

অসম আৰক্ষী কনিষ্টবল পদৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক

সপোনৰ বাটে দেৰগাঁৱৰ এজন আদৰ্শৱান কৃষিপ্ৰেমী যুৱক,নাম তেওঁৰ পলাশ জ্যোতি হাজৰিকা।দেৰগাঁৱৰ বঙালগাঁৱৰ নিবাসী দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক পলাশ জ্যোতি হাজৰিকাই কৃষিকৰ্মৰে নিবনুৱা...

মাজুলী জিলা ভাওনা সন্মিলনৰ উজনি মাজুলী আঞ্চলিক সমিতি গঠন…

মাজুলী জিলা ভাওনা সন্মিলনৰ উদ্যোগত দেওবাৰে উজনি মাজুলী আঞ্চলিক সমিতিখন গঠন কৰা হয় | সেই অনুসৰি মুদৈবিল মিলনজ্যোতি ৰঙ্গমঞ্চত  আয়োজন কৰা উজনি মাজুলীৰ গৰিষ্ঠসংখ্যক...

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ ওপৰত ভৱানীপুৰত যুৱ কংগ্ৰেছৰ সংবাদমেল…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ ভিতৰতে মিছলীয়া প্ৰধানমন্ত্ৰী। আজি সেই কথা আকৌ এবাৰ প্ৰমাণ হ'ল। দেশত কোৰোনাজৰ্জৰ পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোৱা কথা যে সম্পূৰ্ণৰূপে মিছা...

হঠাৎ শাৰীৰিকভাৱে অসুস্থ সাংবাদিক ইমদাদ আলী…

শুক্ৰবাৰে হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে সাংবাদিক ইমদাদ আলী। বৰ্তমান সাংবাদিকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে। চিকিৎসকৰ মতে অতি শীঘ্ৰেই সাংবাদিকজন সুস্থ হৈ...

অহা ১৭ মে’লৈকে ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ…

অহা ১৭ মে’লৈ উত্তৰ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞানীয়ে জনোৱা মতে, শুকুৰবাৰৰ পৰা...

Popular