ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ

দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে...

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক’ভিডৰ প্ৰতিষেধকত অনুমোদন

স্থানীয়ভাৱে প্ৰস্তুত কৰা ক'ভিডৰ প্ৰতিষেধক কোভেক্সিন বিশেষ পৰিস্থিতিত জৰুৰী ভাৱে প্ৰয়োগ কৰাৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰণ প্ৰাধিকৰণৰ বিশেষজ্ঞ সকলে অনুমোদন জনাইছে।

৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে অহা ৮ জানুৱাৰীৰ পৰা ভাৰত আৰু ব্রিটেইনৰ মাজৰ বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে । বিমান পৰিবহন মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে...

সমগ্ৰ দেশতে বিনামূলীয়া হ’ব কোৰোণাৰ ভেকচিন

সমগ্ৰ দেশতে প্ৰতিষেধক প্রদানৰ পৰীক্ষামূলক কুচকাৱাজ আৰম্ভ হোৱাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।...

১১ মে’ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে’ৰ পৰা উ: মা: চূড়ান্ত পৰীক্ষা

অৱশেষত ঘোষনা কৰা হল শিক্ষান্ত পৰীক্ষা আৰু উ: মা: চূড়ান্ত পৰীক্ষাৰ তাৰিখ । টুইটাৰযোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ১১ মে'ৰ পৰা আৰম্ভ...

Popular