Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ’ডনি পোলো…

আজি ইটানগৰৰ হোলাংগীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰীণফিল্ড 'ডনি পোলো বিমানবন্দৰ' উদ্বোধন কৰে। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে হোলোংগীত এটা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। জনজাতীয়
Read More...

উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাত স্থাপন হ’ব এছিয়া মহাদেশৰ ভিতৰতে সৰ্ব্বোচ্চ ফোৱাৰা…

উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাত স্থাপন হ’ব এছিয়া মহাদেশৰ ভিতৰতে সৰ্ব্বোচ্চ ফোৱাৰা। ৰাজ্যখনৰ ৰাজধানী আগৰতলাস্থিত উজ্জয়ন্ত প্ৰাসাদত এই ফোৱাৰাটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। এছিয়াৰ ভিতৰতে সৰ্ব্বোচ্চ হিচাপে পৰিগণিত হ’বলগীয়া এই
Read More...

‘অভিনন্দন থিয়েটাৰ’ৰ বিশেষ নাটক পল্লৱ পৱন ৰচিত ‘হীৰা চন্দাল’ৰ প্ৰ’মো…

আগন্তুক নাট্যবৰ্ষৰ বাবে আড়ম্বৰপূৰ্ণভাৱে সাজু হৈছে অভিনন্দন থিয়েটাৰ।তিনিজন চৰ্চিত আৰু জনপ্ৰিয় যুৱ নাট্যকাৰৰ তিনিখন ভিন্নস্বাসদৰ নাটক লৈ ৰাইজৰ মাজলৈ ওলাব থিয়েটাৰখন।ৰাজদ্বীপৰ 'বেনামী প্ৰিয়া',পল্লৱ পৱনৰ 'হীৰা চন্দাল' আৰু প্ৰনব বৰুৱাৰ 'নৰ্তকী
Read More...

পেঙেৰীত সেনাৰ কনভয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ…

সোমবাৰে পুৱা তিনিচুকীয়াত ভাৰতীয় সেনাৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ আলফা (স্বাধীন)-ই। এই আক্ৰমণক বিদ্ৰোহী সংগঠনটোৱে ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে।এক বিবৃতি যোগে আলফা
Read More...

ভাল খবৰ! অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত অসমৰ নয়নমণি শইকীয়া…

অসমবাসীৰ বাবে ভাল খবৰ। অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়া।কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক অহা ৩০ নৱেম্বৰত প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।উল্লেখ্য যে কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল
Read More...

দিল্লীৰ বিভিন্ন স্থানত জিলিকিল বীৰ লাচিত…

অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানৰ বিভিন্ন হ'ৰ্ডিং আৰু বেনাৰ নতুন দিল্লীৰ বিভিন্ন স্থানত লগোৱা হৈছে।
Read More...

অৰুণাচল প্ৰদেশত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল…

বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ খবৰ পোৱা গৈছে। অৱশ্যে, কোনো হতাহত বা কোনো ডাঙৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
Read More...

 অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ৷ অৰ্জুন বঁটাৰ বাবে অনুমোদিত হৈছে অসমৰ নয়নমণি শইকীয়াৰ নাম

দেশৰ সন্মানীয় ক্ৰীড়া বঁটা অৰ্জুনৰ বাবে অনুমোদিত হৈছে গোলাঘাটৰ নয়নমণি শইকীয়াৰ নাম৷প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ সফল খেলুৱৈক প্ৰদান কৰি আহিছে অৰ্জুন বঁটা। এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম
Read More...

অৰুণাচল প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডত দপদপকৈ জ্বলি উঠিল দৈনিক বজাৰ

অৰুণাচল প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।দপদপকৈ জ্বলি উঠিল এখন দৈনিক বজাৰ।অগ্নিকাণ্ডত ভস্মীভূত হয় বহু দোকান।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।অগ্নিকাণ্ডত প্ৰকৃত
Read More...

‘চিত্ৰাঙ’ৰ বাবে মেঘালয়ত ‘হাই এলাৰ্ট’; ৪ খন জিলাত বিদ্যালয় বন্ধ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে মেঘালয়ৰ বহু ঠাইত নিৰন্তৰ বৰষুণৰ লগতে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। মেঘালয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে, কাৰণ ঘূৰ্ণীবতাহ চিত্ৰাঙে ৰাজ্যৰ
Read More...