Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

এজন ৰিক্সাচালকৰ হাতত পিষ্টল। বিহাৰৰ অজয় প্ৰসাদে অপৰাধ কৰি পলায়ন কৰি আহিছিল গুৱাহাটীলৈ।

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত। নিশা আৰক্ষীয়ে এক অভিযান চলাই
Read More...

সতীৰ্থসকলক সতর্কবার্তা কামিন্সৰ ! জনালে ভাৰতীয় ক্ৰিকেটাৰ হ’ব ভয়ংকৰ …

‘সঁচা কথা ক’বলৈ গ’লে মই কোনো টুৰ্ণামেণ্ট দেখা নাই। মই ভাবো শ্ৰীলংকাই এছিয়া কাপ জয় কৰিছিল। কিন্তু বিৰাট কোহলীক খেলা দেখিছোঁ। তেওঁ চাগে এটা শতক অৰ্জন কৰিছিল। তেওঁ এজন ক্লাছ প্লেয়াৰ। তেওঁ যিকোনো সময়তে ফৰ্মলৈ ঘূৰি অহাৰ কথা আছিল। অহা
Read More...

NSSৰ শ্ৰেষ্ঠ প্ৰোগ্ৰেম অফিচাৰৰ(Programme Officer) বঁটা লাভ কৰিলে বি.বৰুৱা মহাবিদ্যালয়ৰ ড০ সত্যব্ৰত…

অসমবাসী তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ বাবে এটা সুখবৰ। ২০২০-২১ বৰ্ষৰ প্ৰোগ্ৰেম অফিচাৰ শীতানত নেশ্বনেল চাৰ্ভিছ স্কীম বঁটা (National Service Scheme Award) লাভ কৰিছে অসমৰ আগশাৰীৰ মহাবিদ্যালয় বি.বৰুৱা মহাবিদ্যালয়ৰ এনএছএছ গোট(NSS UNIT)ৰ
Read More...

ভাৰত-দক্ষিণ আফ্ৰিকাৰ T-20 ক্ৰিকেটৰ টিকটৰ মূল্য নিৰ্ধাৰণ…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টী-টুৱেণ্টী ক্ৰিকেটৰ টিকটৰ মূল্য নিৰ্ধাৰণ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টিকটৰ মূল্য হ'ব ৪৭৫ টকা। ন্যূনতম ১৫০০ টকাৰ পৰা সৰ্বোচ্চ ৬ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ টিকটৰ মূল্য।
Read More...

ৰঙালাও, জাতিলাও, আনাৰস দেখি ৰৈ গ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। গাড়ীৰ পৰা নামি কিনি…

আজি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নংপোৰ সমীপত থলুৱা পাচলিৰ দোকান দেখি এখন্তেক ৰয় আৰু থলুৱাভাৱে উৎপাদিত ৰঙালাও, জাতিলাও, আনাৰস আদি ক্ৰয় কৰে। স্থানীয়
Read More...

বাৰ্মিংহাম গেমছৰ পিছত দুজন পাকিস্তানী বক্সাৰ সন্ধানহীন ,পাকিস্তানে বাৰ্মিংহাম কমনৱেলথ গেমছত বক্সিংত…

কমনৱেলথ গেমছ সোমবাৰে সমাপ্ত হৈছিল। সমগ্ৰ বিশ্বৰ বহুতো খেলুৱৈ সফলতা আৰু বিফলতাৰে দেশলৈ গৈছিল। ইয়াৰ মাজতে আন এটা ঘটনা। বাৰ্মিংহাম গেমছৰ পিছত দুজন পাকিস্তানী বক্সাৰ নিৰুদ্দেশ হৈছে। এই তথ্যপাকিস্তান বক্সিং ফেডাৰেচনৰ দ্বাৰা নিশ্চিত কৰা হৈছে।
Read More...

শিৱসাগৰৰ নামতি শালকাঠনী গাঁৱৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত, কমনৱেলথ গেমছত ভাৰতৰ…

বাৰ্মিঙহামত কমনৱেলথ গেমছ । আজি আলেকজেণ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠান । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব অসমৰ সাত গৰাকীকৈ খেলুৱৈয়ে ।
Read More...

মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত মন্ত্ৰী পিয়ুষ হাজৰিকা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্দেশমৰ্মে মণিপুৰৰ তুপুলৰ ভূমিস্খলনস্থলীত উপস্থিত হৈ তাত চলি থকা উদ্ধাৰকাৰ্য্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই।
Read More...

১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল।১৩৮খন চৰকাৰী বিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী।শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব প্ৰধান শিক্ষক,শিক্ষক-শিক্ষয়িত্রী।হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ
Read More...

বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন,ৰবীন্দ্ৰ ভৱনত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিলে…

অসমীয়া নাৰীসমাজৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ তথা এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি যুদ্ধ ক্ষেত্ৰত জপিয়াই পৰা বীৰাঙ্গণা সতী সাধনীৰ জীৱনক লৈ আধাৰিত নাট বীৰাংগনাই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
Read More...