Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

 জেতুকাৰ আছে বহু ৰোগ নিৰাময় কৰাৰ ক্ষমতা

১) ঘামচি:--পাত বটি পানীত মিলাই গা ধুলে ঘামচি নোহোৱা হয়।২) হাত ভৰি ফাটিলে:--পাত বটি লেপ দি থব লাগে।৩) হাত ভৰিৰ পোৰণি:--পাত বটি লেপ দিব লাগে।৪) গাঁঠি বিষ:--পাত বটি ডাঠকৈ লেপ দিব লাগে।৫) কফ গলাবলৈ:--পাতৰ ৰস চাৰি চামোচ, হালধি ৰস দুচামোচ, গুৰ
Read More...

পিঁয়াজৰ আছে বহু ঔষধি গুণ…..

শিয়াল কুকুৰে কামোৰিলে পিঁয়াজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ নষ্ট হয়।২) কাণ বিষালে পিয়াজৰ ৰস গৰম কৰি চাৰিটোপ দিব।৩) বৃশ্চিকে কামোৰিলে পিঁয়াজ কাটি চূণ সানি লগাব।৪) চুলি কোচা কুচিকৈ সৰিলে বা টকৌৱে খালে পিঁয়াজ কাটি ঘঁহিব লাগে।
Read More...

মাৰ্ঘেৰিটা মহাবিদ্যালয়ত জীৱন দক্ষতাৰ(Life Skills) ওপৰত ক’নেৰু লক্ষ্মাইয়া বিশ্ববিদ্যালয়ৰ সহযোগত…

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু এলুমিনি এছ’চিয়েছন সহযোগত সোমবাৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত Life Skills প্ৰশিক্ষণৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। হাইদৰাবাদৰ ক’নেৰু
Read More...

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক । বৰাক নদীৰ বাঢ়নি পানীয়ে পাঁচগ্ৰাম আৰু কালীনগৰ গাঁৱ ও চণ্ডিপুর পঞ্চায়ত এলাকাত
Read More...

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা…

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰাজিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত
Read More...

গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত দৃষ্টিহীন ক্ৰিকেট দলৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন

অসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত যোৱা ১৪ আৰু ১৫ মে’ত তিনিখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ।
Read More...

আপুনি অকলশৰীয়া অনুভৱ কৰে নেকি ?

বহুতে ভাবে যে সুখী হ’বলৈ হ’লে আপোনাক আন এজন মানুহ লাগিবই৷ আনে কিছুমানে ভাবে যে সুখী হ’বলৈ হ’লে আপোনাক সামাজিক পৰিবেশ এটা লাগিবই৷ কোনোবাই তেনেকৈ সুখী হ’ব পাৰে, কিন্তু তেনে সংগী বা সমাজ লাভ কৰা সকলো মানুহেই সুখীনে? কেতিয়াবা আমি অকলে থাকিও
Read More...

বিবাহ পাশত আৱদ্ধ হল কৰ্টনি কাৰ্দাচিয়ান আৰু ট্ৰেভিছ বাৰ্কাৰ

কৰ্টনি কাৰ্দাচিয়ান আৰু ট্ৰেভিছ বাৰ্কাৰে দেওবাৰে কেলিফৰ্ণিয়াৰ ছাণ্টা বাৰবাৰাত এক অন্তৰংগ অনুষ্ঠানত আইনীভাৱে বিবাহ পাশত আৱদ্ধ হয়
Read More...

নিশা ভালকৈ টোপনি নহয় নেকি আপোনাৰ ? পৰিত্ৰাণ পাবলৈ খাওঁক ৫ বিধ বিশেষ খাদ্য

আমাৰ শৰীৰ আৰু মন ভালে ৰখাত এঘুমটি ভাল টোপনি কিমান দৰকাৰী সেই কথা নতুনকৈ কোৱাৰ নিশ্চয় কোনো প্ৰয়োজন নাই। নিশা ভালকৈ টোপনি আহিলে ই আমাৰ পাচন প্ৰক্ৰিয়া শক্তিশালী কৰাৰ লগতে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বৃদ্ধি কৰে।
Read More...

সুৰাসক্ত যাত্ৰীৰ বাবে জৰুৰী অৱতৰণ কৰিলে বিমান

এজন সুৰাসক্ত যাত্ৰীয়ে বিমানখনত হুলস্থুল সৃষ্টি কৰাৰ অভিযোগত শনিবাৰে মুম্বাইত এখন দোহা-বেংগালুৰু বিমানে জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হৈছিল।
Read More...