উত্তৰ-পূৰ্বাঞ্চল

আইমী বৰুৱা নির্মিত ডিমাচা ছবিলৈ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সন্মান

ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিপর্যস্ত কৰা অসমীয়া ছবিজগতলৈ সুখবৰ কঢ়িয়াই আনিছে আইমী বৰুৱাই নির্মাণ কৰা ডিমাচা ভাষাৰ ‘ছেমখৰ’ নামৰ ছবিখনে৷ টেগৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত ছবিখনে...

কভিডৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিল বিৰাট-অনুষ্কা

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই কভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশক যুঁজ দিয়াত সহায় কৰাৰ সিদ্ধান্ত লৈছে।কোহলী আৰু অনুষ্কাই...

অ’ এন জি চিৰ অসম বিৰোধী নীতি : খিলঞ্জীয়াক ভাতে মাৰি বহিৰাগত পুজিপতিক ফাৰ্মাচীৰ ঠিকা আৱণ্টনৰ ব্যৱস্থা

৬০ দহকৰে পৰা অসমৰ ভূগৰ্ভৰ পৰা পনীয়া সোণ আহৰণ কৰি বছৰি কোটি কোটি টকা মুনাফা আদায়েৰে দেশৰ মহাৰত্ন উদ্যোগলৈ পৰ্যৱেক্ষিত হোৱা তেল আৰু প্ৰাকৃতিক...

ইউপিপিএলৰ তিনি -গোৰ্খাৰ এজনক কেবিনেট মন্ত্ৰী সভাত অন্তৰ্ভূক্তিৰ দাবী বিটিআৰ গোৰ্খা সমাজৰ

বিটিআৰ  অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰি নতুন দিগন্তৰ সুচনা কৰিবলৈ  গঠিত  ইউপিপিএল নামৰ ৰাজনৈতিক দলে সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত জনসাধাৰণৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাত...

গণতান্ত্ৰিক ব্যৱস্থাত আস্থা হেৰুৱাইছে নেকি একাংশ ভোটাৰে : ৰাজ্যৰ ২ লক্ষাধিক ভোটাৰে আশ্ৰয় ল’লে ন’টা(NOTA) ৰ

ক্ৰমাৎ ৰাজনৈতিক নেতা সকলে আস্থা হেৰুৱাইছে নেকি ৰাজ্যত। সদ্যঘোষিত অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ কেতবোৰ তথ্যই যেন একপ্ৰকাৰৰ তেনে প্ৰশ্নৰে অৱতাৰণা কৰিছে। ২০২১ বিধান...

Popular