উত্তৰ-পূৰ্বাঞ্চল

বিদ্ৰোহীৰ শিবিৰত বিমানেৰে বোমা বৰ্ষণ ম্যানমাৰৰ সেনাৰ ! মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি…

বিদ্ৰোহীৰ শিবিৰত বিমানেৰে বোমা বৰ্ষণ ম্যানমাৰৰ সেনাৰ , মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি মিজোৰামত পুনৰ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা বৃদ্ধি পাইছে। কাৰণ ম্যানমাৰ বায়ু সেনাই...

১১সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেলৰ সফল সামৰণিঃ দিল্লীবাসীৰ মনত স্থায়ী প্ৰভাৱ পেলাই অহা বছৰ অধিক মনোৰঞ্জনৰ প্ৰতিশ্ৰুতি

সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্ৰ্যতাৰ তিনিদিনীয়া উদযাপনৰ অন্ত পেলাই দেওবাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণৰ সফল সমাপ্তি ঘটে। ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ দিল্লীৰ...

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী, ৰাজ্যত পৰিব প্ৰচণ্ড শীত

সাজু হওক আপুনি। অসমকে ধৰি ৫ৰাজ্যত পৰিব হাৰ কঁপোৱা জাৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ঘন কুঁৱলীয়ে চানি ধৰিব পাঁচখন ৰাজ্য। অসম, মেঘালয়,...

অৱশেষত মণিপুৰী পৰম্পৰাৰে বিয়াত বহিল বলীউডৰ অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰম

অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়াৰী লিন লাইশ্ৰমে দীৰ্ঘ দিনৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত বিবাহপাশত আবদ্ধ হ'ল। মণিপুৰৰ ইম্ফলত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ...

কেন্দ্ৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত উত্তৰ পূৱ ভাৰতত ৰূপায়ন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে গুৱাহাটীত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা বৈঠকত...

Popular