উত্তৰ-পূৰ্বাঞ্চল

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি…

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি ৰাজ্যখনত ৩ মে'ৰ পৰা বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা প্রায় ৪ মাহৰ বিৰতিৰ পাছত ৰাজ্যখনত সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে...

মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি ! আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ…

মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতি। আৰক্ষী বিষয়াৰ বাসগৃহত আক্ৰমণ মেইটেই মহিলাৰ। মেইৰা পাইবীৰ সদস্যৰ আক্ৰমণ আৰক্ষীৰ বিষয়াৰ বাসগৃহত। বাসগৃহটোত অগ্নিসংযোগৰো চেষ্টা দলটোৰ। বাসগৃহটোৰ সামগ্ৰী ভাঙি...

শ্বিলঙত সম্পন্ন হ’ল শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱ

শ্ৰী শ্ৰী বাবা গণিনাথৰ চেনুৰী পুজন উৎসৱৰ অনুষ্ঠানটো শ্বিলং মেট্ৰ'পলিটানত মাধেচিয়া বৈশ্যৰ দ্বাৰা অতি উৎসাহেৰে উদযাপন কৰে৷ শ্বিলং মহানগৰৰ অধ্য়ক্ষ প্ৰাণনাথ শ্বাহ,মহাসচিব গৌৰী শংকৰ...

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনা…

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনাবিষ্ণুপুৰ, চূৰাচান্দপুৰ জিলাত আক্ৰমণ-প্রত্যাক্রমণতনিহত ২ বিষ্ণুপুৰ জিলাৰ নাৰেইন চেইনা, ফুলবালাত কুকি দুৰ্বৃত্তৰ গুলীবর্ষণ কুকি দুৰ্বৃত্তৰ গুলীচালনাত ফুলবালাত নিহত গাঁওৰক্ষীবাহিনীৰ সদস্য

মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা…

মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক...

Popular