Breaking

Browsing Category

মৰ্মাহত

পঞ্চভূতত বিলিন হ’ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তী

ডিৰাক সীমান্ত পঞ্চভূতত বিলিনহৈ গ'ল সত্ৰাধিকাৰ শ্ৰীশ্ৰীচিদানন্দ মূৰ্তীৰ নশ্বৰ দেহ৷ ২০১৫ চনত স্থাপন হোৱা বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ আছিল তেওঁ৷ শেহতীয়াকৈ বাৰ্ধক্যজনিত কাৰণত চিকিৎসকৰ কাষ চাপিছিল যদিও ৮১বছৰ বয়সীয়া এই গুৰুজনাই বুধবাৰে
Read More...

নকচু খানৰ হত্যাকাণ্ডত জড়িত দুজনক জে’ললৈ প্ৰেৰণ

ধনশিৰি লকডাউনৰ মাজতে যোৱা ১১ মেত সৰুপথাৰ ৰেলৱে ষ্টেচনৰ সমীপৰ সৰুপথাৰ নগৰৰ ৩ নং ৱাৰ্ডৰ মূখ্য পথৰ কাষতে চাৰি পাচ জনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান(৩১) নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে নকচু
Read More...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত। মৃত্যু হোৱা কিশোৰটিৰ নাম জয়দ্বীপ ভূমিজ। ইফালে হঠাতে অহা এজাক ধুমুহা বৰষুণে
Read More...

লকডাউনৰ মাজতে সৰুপথাৰত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড : অভিযুক্ত চঞ্জু আলীক গ্ৰেপ্তাৰ

ধনশিৰি  লকডাউনৰ মাজতে সৰুপথাৰ নগৰৰ মাজমজিয়াতে দিনদুপৰতে লোহমৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ চাৰি-পাঁচজনীয়া দূৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত সৰুপথাৰৰ নগৰৰে তিনি নং ৱাৰ্ডৰ নকচু খান (৩১) নামৰ এজন যুৱকৰ মৃত্যু ঘটাৰ লগতে আকবৰ খান (২৮) নামৰ এজন যুৱক
Read More...

সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত শোক

টিংখাং অসম বাৰ্তাজীৱী সংঘৰ প্ৰতিষ্ঠাপক উপ সভাপতি তথা বিশ্বনাথ জিলা বাৰ্তাজীৱী সংঘৰ উপদেষ্টা সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ মৃত্যুত ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি অমৰজ্যোতি আৰন্ধৰা আৰু
Read More...

কাৰ্বি আংলঙৰ চৌকিহোলাত ছোৱাইন ফিভাৰ সম্পৰ্কীয় সজাগতা সভা পশু ধন আৰু পশুপালন বিভাগৰ

দেওপানী বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰ হৈ থকাৰ সময়তে উজনি অসমৰ কেইবাখনো জিলাত হোৱা ছোৱাইন ফিভাৰে চিন্তিত কৰিছে গাহৰি পালকক৷ ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে  কাৰ্বি আংলং জিলাৰ নিলিপ সমষ্টিৰ চৌকিহোলাত ছোৱাইন ফিভাৰ প্ৰতিৰোধ
Read More...

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা  লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক দিনৰ দৰে পথাৰত এৰাল দিছিল৷ সন্ধিয়া হোৱাত যুগেশ্বৰ নাথে গৰুটো ঘৰলৈ
Read More...

ডবকাত পুনৰ সাংবাদিকক হত্যাৰ ভাবুকি ৷

ডবকাৰ জ্যেষ্ঠ সাংবাদিক আব্দুল হান্নান তালুকদাৰক হত্যাৰ ভাবুকি দুবৃত্তৰ ৷ ফোনযোগে হত্যাৰ ভাবুকি প্ৰদান কৰে দুবৃত্তই ৷ 9137147727 নম্বৰৰ পৰা ফোনকৰি দিয়ে ভাবুকি ৷ এডোখৰ ভূমিৰ বাতৰি পৰিবেশন কৰিবলৈ গৈছিল সাংবাদিক গৰাকী ৷ বাতৰি
Read More...

উদীয়মান যুৱক ভাৰ্গৱ বনিয়াৰ মৃত্যুত বাইহাটাত শোকৰ ছাঁ

বাইহাটা চাৰিআলি বাইহাটা চাৰিআলিৰ উদীয়মান যুৱক তথা কেৰম খেলুৱৈ ভাৰ্গৱ বনিয়া (২৮)ৰ হৃদ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা গুৱাহাটী জিএনআৰচ হাস্পতালত মৃত্যু হয়৷ উচ্চ ৰক্তচাপজনিত কাৰণত হাৰ্ট ষ্ট্ৰোক হোৱাত তিনি দিনৰ আগেয়ে ভাৰ্গৱক হাস্পতালত
Read More...

নগৰবেৰাৰ জামলাইত পথ দুৰ্ঘটনাত আৰক্ষী জোৱান নিহত

বকো  কামৰূপ জিলা বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত  জামলাইত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী আৰক্ষী কনিষ্টবল নিহত হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে এএছ-২৫ এ চি ৬৬৭০ নম্বৰৰ
Read More...