ভাষণৰ সময়ত শৰ্মাই ঘোষণা কৰে যে আমি অসমীয়া ব্যক্তি হিচাপে সামূহিকভাৱে আগবাঢ়িব লাগে, আৰু চৰকাৰী আৰু জনগোষ্ঠীয় উভয়ৰ পদক্ষেপে অসমীয়া সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰিব লাগে।
বিশেষকৈ ৰাজহ আৰু বন বিভাগৰ অসমীয়া চৰকাৰী কৰ্মচাৰীয়ে বাহিৰৰ লোকক মাটি ক্ৰয় আৰু দখল কৰিবলৈ দিয়া দৃষ্টান্তক লৈ শৰ্মাই উদ্বেগ প্ৰকাশ কৰে। মুখ্যমন্ত্রীয়ে দৃঢ়তাৰে কয় যে আগন্তুক আইনখনে এনেধৰণৰ প্রথাক বন্ধ কৰি দিয়া আৰু অসম আৰু ইয়াৰ জনসাধাৰণৰ স্বার্থ যাতে সুৰক্ষিত হয় তাৰ ওপৰত গুৰুত্ব দিব৷
Assam Health Minister Himanta Biswa Sarmah addressing media persons regarding Covid situation of Assam in Guwahati, india on April 17, 2021. (Photo by Anuwar Hazarika/NurPhoto via Getty Images)
শৰ্মাই কয় যে বাহিৰৰ লোকে এই অঞ্চলসমূহত মাটি ক্ৰয় কৰি ব্যৱসায় স্থাপন কৰিব নোৱাৰে বুলি আমাৰ স্থিতিত দৃঢ়তা থকাটো অতি প্ৰয়োজনীয়।
ভাৰত-দক্ষিণ আফ্ৰিকা T20 শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক সূৰ্য্যকুমাৰ যাদৱক ফটো চেচনত দেখা গৈছে। এখন ফটোত সূৰ্যকুমাৰ যাদৱ ৰিক্সাত বহি আছে। আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ মেচ ছিৰিজৰ প্ৰথমখন মেচ। ডাৰবানৰ কিংছমিড খেলপথাৰত দুয়োটা দলৰ মুখামুখি হ’ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন। অৱশ্যে ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে এখন ফটো।
ইয়াৰ পূৰ্বে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫ টি-২০ মেচ শৃংখলাত অষ্ট্ৰেলিয়াক ৪-১ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩ টি-২০ মেচ ছিৰিজৰ প্ৰথমখন মেচ ডাৰবানত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ১২ ডিচেম্বৰত ছেইণ্ট জৰ্জ পাৰ্কত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০। আনহাতে এই ছিৰিজৰ তৃতীয় আৰু শেষৰ টি-২০ মেচখন ১৪ ডিচেম্বৰত জোহান্সবাৰ্গত অনুষ্ঠিত হ’ব।