সমগ্ৰ ৰাজ্যৰ অধিকাংশ অঞ্চল বাঢ়নি পানীয়ে বুৰাই ৰখা সময়তে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত তামাকুবাৰী গাঁৱত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়।
টিপকাই নৈৰ পানীত ভাহি অহা মৃতদেহটো দেখি স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে আৰু কিছুসময় পিছতেই আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি এক চাঞ্চল্যকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ পৰবৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে৷
ৰিজ’ৰিয়ে লগতে কয়, “শতাধিক লোকৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ লোক আহত হোৱাৰ বিপৰীতে বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। পাঁচ হাজাৰতকৈ অধিক ঘৰ জ্বলাই দিয়া হৈছে পঞ্চাশ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি এটাও টুইট কৰাত ব্যৰ্থ হৈছে আৰু কেতিয়াও এটা শব্দও উল্লেখ কৰা নাই”।
থৌবাল আপুনবা লুব নামৰ এটা সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
খেজুৰ চাহ খালে পাচনতন্ত্ৰৰ সমস্যা নিৰাময় হয়। আমাৰ ভাৰতীয়ৰ জীৱনশৈলীৰ এক অতি গুৰুত্বপূৰ্ণ অংশ চাহ। আপুনি নিশ্চয় বহু প্ৰকাৰৰ চাহ খাইছে। যেনেকৈ গ্ৰীণ টি, ক’লা চাহ, হিবিস্কাছ চাহ, গাখীৰৰ চাহ, ইয়াৰ বাহিৰেও চাহৰ এখন দীঘলীয়া তালিকা আছে। কিন্তু আপুনি কেতিয়াবা খেজুৰ চাহ খাইছেনে? হয় খেজুৰ চাহ। এই চাহ খালে বহু উপকাৰ পোৱা যায়, গতিকে ইয়াৰ উপকাৰিতা আৰু এই চাহ কেনেকৈ প্ৰস্তুত কৰা হয় জানক-
১) খেজুৰৰ চাহ খোৱাৰ ফলত চেনিৰ পৰিমাণ কমোৱাৰ এক বিশেষ অৰ্থ আছে। কিছুমান মানুহে চেনি খোৱাৰ পৰা বিৰত থাকে। চেনিৰ সলনি কৃত্ৰিম মিঠাই ব্যৱহাৰ কৰে। কিন্তু কৃত্ৰিম মিঠাই স্বাস্থ্যৰ বাবেও অতি ক্ষতিকাৰক। এনে পৰিস্থিতিত খেজুৰ চাহ খালে চেনিৰ প্ৰয়োজন নহয়। ইয়াৰ পৰা মিঠাও পাই আৰু ইয়াৰ পৰা বহু উপকাৰ পোৱা যায়।
তদুপৰি তেওঁ নিজ হাতে স্থাপন কৰি গৈছে বহু শিক্ষানুষ্ঠান। স্থাপন কৰি গ’ল কেইবাখনো মহাবিদ্যালয়। আমৃত্যু পৰ্যন্ত বিভিন্ন সামাজিক কাজৰ সৈতে জৰিত হৈ থকা বৰেণ্য সমাজ কৰ্মী তথা সত্ৰাধিকাৰ জনৰ মহাপ্ৰয়াণত অভিভাৱকহীন হৈ পৰিল ঘাৰমৰা আদৰ্শ সত্ৰ।