ৰাইজৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে। লকডাউনৰ সময়ত ক'ভিড পৰিস্থিতিক লৈ নিৰ্মাণ কৰা 'নিয়তি' শীৰ্ষক ছুটি ছৱিখনৰ বাবে...

হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত ১৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হাউলীস্থ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ যৌথ উদ‍্যোগত হাউলীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰতকালিৰে পৰা জিলাখনৰ নিৰ্বাচিত পচিশ জনকৃষি...

ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথ পকীকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ।

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ  এলেকাধীন ঘগ্ৰাপাৰৰ দামোদৰ ধাম গড়কাপ্টানী পথৰ কোৰাচৰ তলৰ চ'কৰ পৰা পূৱ দিশেৰে...

যুৱনেতা ময়ুৰ বৰগোহাঁইক নাজিৰাৰ অৰ্দ্ধশতাধিক দল সংগঠনৰ সম্বৰ্ধনা

ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ শিৱসাগৰ জিলাৰ নৱনিযুক্ত সভাপতি ময়ুৰ বৰগোহাঁইক নাজিৰাত প্ৰায় অৰ্দ্ধশতাধিক দল সংগঠনে সম্বৰ্ধনা জনায়। স্বেচ্ছাসেৱী সংগঠন আশ্ৰয়ৰ উদ্যোগত নাজিৰা মিলন...

বৃহত্তৰ চতিয়াৰ বালিজান পাতৰবস্তি খেলপথাৰত মুকলি ঝুমইৰ প্ৰতিযোগিতা

বিশ্বনাথ জিলাৰ চতিয়াস্থিত বালিজান পাতৰবস্তি খেলপথাৰত যোৱা ৰবিবাৰে 'হনুপাম-বালিজান ২নং টঙীয়াবাসী যুৱক-যুৱতীৰ উদ্যোগত ৫ম বাৰ্ষিক মুকলি ঝুমুইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱাৰ ভাগত জাতীয় ধ্বজা...

Popular