ৰাইজৰ বাৰ্তা

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নোৱাৰিব। কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ নিৰ্দেশ ৰাজ্যৰ...

বৰপেটাত নৃত্য-গীতৰ মাজেৰে পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভ

 মাতৃ আৰু শিশুৰ উপযুক্ত পৰিপুষ্টিৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটা জিলাতো আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা গ্ৰামীণ বিকাশ...

ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱত ন -পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ-নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ কাৰ্যলয়ত আজি ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ ন-পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান হৈ যায়।ঘগ্ৰাপাৰ প্ৰেছ...

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ একালৰ সতীৰ্থ পশ্চিম নলবাৰীৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদ

ক্ৰীড়াৰে জীৱন পাত কৰা তথা  শয়নে সপোনে ক্ৰীড়াকে হিয়াৰ আমুঠু হিচাপে গ্ৰহন কৰা পশ্চিম নলবাৰীৰ পানীগাঁওৰ থানেশ্বৰ সাউদ। শৈশৱ কালৰে পৰা শিক্ষকতা জীৱনৰ চাকৰী ...

ধুবুৰী মাঝেৰচৰত ৭টাকৈ চোৰাং ম’হ জব্দ আৰক্ষীৰ

নিশা এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ মাঝেৰচৰত।মাঝেৰচৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ এখন চৰত ৭ টাকৈ উন্নত জাতৰ চোৰাং ম'হ মজুত...

Popular