ৰাইজৰ বাৰ্তা

কাজিৰঙাৰ বৰজুৰীত জীৱিকা উন্নত কৰাৰ বাবে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে এছআইটিএৰ পদক্ষেপ

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (এছআইটিএ) উপাচাৰ্য ৰমেন ডেকাই সোমবাৰে কাজিৰঙাৰ বৰজুৰীৰ বৰভেটাত আয়োজিত এক অনুষ্ঠানত 'জীৱিকাৰ উন্নীতকৰণঃ স্মাৰ্ট কৃষি আৰু কৃষি-পৰিৱেশ-পৰ্যটনৰ জৰিয়তে প্ৰভাৱ'...

পানীত জাহ গৈছে জেংৰাইমুখৰ জলসম্পদ বিভাগৰ কোটি টকীয়া প্ৰকল্প; অবিৰত খহনীয়াক লৈ চিন্তিত জেংৰাইমুখবাসী

মাজুলীৰ জলসম্পদ বিভাগে জেংৰাইমুখ টাউনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা তিনি কোটি টকীয়া বৃহৎ প্ৰকল্পত বৰ্তমান খহনীয়া আৰম্ভ হৈছে। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপমূৱা...

এন এইচ টি টি এফত টেবুল টেনিছ খেলুৱৈ সকলৰ মাজত জাৰ্ছী বিতৰণ

গুৱাহাটীৰ বেলতলাস্থিত অসমৰ এক আগশাৰীৰ ক্ৰীড়ানুষ্ঠান নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেশ্যনে (এন এইচ টি টি এফ) সোমবাৰে পেডলাৰ সকলৰ মাজত জাৰ্ছী বিতৰণ কৰে। বাৰ্ষিক...

কটনত ড° মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্ৰয়াত “অসমীয়া-বাঙালী সম্পর্ক : সাহিত্যিক-সাংস্কৃতিক-সামাজিক ইতিবাচক উদ্ভাস” শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন

কটন বিশ্ববিদ্যালয়ৰ ছুডমার্চন হলত দেওবাৰে কটনৰ প্রাক্তন অধ্যক্ষ তথা বাংলা বিভাগৰ প্রাক্তন প্রধান, বিশিষ্ট সাহিত্যিক ড°মুক্তি দেৱ চৌধুৰীৰ পুণ্য স্মৃতিত প্রথম প্রয়াণ দিৱস উপলক্ষে...

ঢকুৱাখনা বি.এড. মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা

“এখন সমাজ সু-শৃংখলিত হৈ চলিবলৈ সৎ মানুহৰ প্ৰয়োজন। মানুহ সৎ হ’বলৈ হ’লে সৰল, বিনয়ী, নম্ৰ আৰু সু-শিক্ষিত হ’ব লাগিব। কিন্তু বৰ্তমান সময়ত সু-শিক্ষিত মানুহ...

Popular