ৰাইজৰ বাৰ্তা

ছয়গাঁও শিল্পী সমাজৰ পুৰনা কমিটী ভংগনতুন কমিটি গঠন

যোৱা ২০ জুন তাৰিখ ৰবিবাৰে ছয়গাঁও শিল্পী সমাজৰ সাধাৰণ সভাই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সৰ্ব সন্মতি ক্ৰমে এখন  কাৰ্যকৰী সমিতি গঠন কৰে। আৰু সভাপতি...

অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশত আৰম্ভ হ'ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।উল্লেখযোগ্য যেএতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ...

আলোপতিৰ ছয়সীমানাত ট্ৰেক্টৰ দূৰ্ঘটনাত দুবছৰীয়া শিশুৰ মৃত্যু

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানাত আজি এটি নম্বৰবিহীন ট্ৰেক্টৰ দূৰ্ঘটনাত এগৰাকী দেৱ শিশুৰ কৰুণ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ...

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে...

মালিগাঁৱত বিদ্যুতৰ খুঁটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত চলি থকা আংশিক লকডাউনৰ মাজতে কালি নিশা মহানগৰীৰ জালুকবাৰী থানাৰ অন্তর্গত শ্বাটল গেটত সংঘটিত হয়...

Popular