ৰাইজৰ বাৰ্তা

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ

টিংখাং সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে বলবৎ কৰা  লকডাউনৰ সমছোৱাত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিস্তৰ ক্ষতি সাধন হয়৷ উজনি অসমৰ ক্ষুদ্ৰ চাহ বাগিচা অধ্যূষিত...

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈ  বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে...

ডুমডুমাৰ ফিল’বাৰীত ৮ লক্ষ্যাধিক মূল্যৰ দুখনকৈ চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ

ডিৰাক সীমান্ত যোৱা দেওবাৰৰ নিশা ডুমডুমাৰ ফিল’বাৰীত সেনাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ট্ৰাক৷ ট্ৰাক দুখন ক্ৰমে এএছ ২৩ চিচি ১৮৭৩ আৰু এএছ ২৩ চিচি...

ইউনিক ব’ণ্ড ফটোগ্ৰাফী গ্ৰুপৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভোকাতুৰ কপিকুলৰ মাজত ফলমূল বিতৰণ

জামুগুৰিহাট ভয়াৱহ ক’ৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে  স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তুলিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বৰ্তমান চৰকাৰে চতুৰ্থ পৰ্যায়ৰ লকডাউন...

দৰঙলৈ ১৭৫ জন লোকৰ ৰে’লযোগে বহিঃৰাজ্যৰ পৰা আগমন : আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ

মঙলদৈ  বহিৰাজ্যৰ পৰা দৈনিক দৰংলৈ আগমন ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি সোমবাৰে পুৱতি নিশা পৰ্যন্ত জিলাখনলৈ আগমন...

Popular