ৰাইজৰ বাৰ্তা

সদৌ অসম উকীল সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি…

ডিব্ৰুগড়ত  তিনিদিনিয়াকৈ অনুষ্ঠিত সদৌ অসম উকীল সন্থাৰ সপ্তদশতম দ্বি- বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে । ডিব্ৰুগড় উকীল সন্থাৰ কাৰ্যালয় চৌহদত তিনিদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ আজি...

গ্ৰেপ্তাৰ হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান!

 প্ৰধানমন্ত্ৰী হিচাপে আজিয়েই শেষ দিন ইমৰান খানৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া কেৱল বিদায়ৰ ক্ষণ গনিছে। তেওঁ যিকোনো মুহূৰ্তে পদত্যাগ কৰিব পাৰে বুলি চৰ্চা চলিছে। প্ৰধানমন্ত্ৰীৰ...

এটা ন’ বলে কাঢ়িলে বিশ্বকাপৰ স্বপ্ন…

ৰুদ্ধশ্বাস অন্তিম অ’ভাৰ। এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে সামৰণি পৰিল বিশ্বকাপৰ যাত্ৰা। বিশ্বকাপৰ পৰা বাহিৰ হ’ল...

দেশৰ নাগৰিকক ‘দ্য কা‌শ্মীৰ ফাইলছ’ চোৱাৰ আহ্বান অমিত শ্বাহৰ…

'দ্য কাশ্মীৰ ফাইলছ’। পৰিচালক বিবেক অগ্নিহোত্ৰীৰ ছবিখনে বক্স অফিচত তোলপাৰ লগাইছে। ইতিপূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছিল। মোদীৰ পাছত...

চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন। দেওবাৰে দিনৰ ১১বজাত চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এক মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন কৰা হয়। বিহুৰ...

Popular