Breaking

Browsing Category

ৰাজনীতি

তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচন; পুখুৰীপাৰ সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ মাৰাথন প্ৰচাৰ অভিযান

নগাঁও, ১০ ডিচেম্বৰঃ "অসমত এতিয়া দুই অশুভ শক্তি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিলন ঘটিছে ৷ কংগ্ৰেছক সন্মুখত ৰাখি শাসনৰ বাঘজৰি হাতলৈ নিয়াৰ সপোন ৰছিচে এ আই ইউ ডি এফৰ পিতৃ বদৰুদ্দিন আজমলে ৷ কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া ৷
Read More...

১৫৫ কোটি ব্যয়ৰে “স্বৰ্ণমন্দিৰ” আৰ্হিত সজাই তোলা হব বটদ্ৰৱা থান

শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক থানক ন ৰূপেৰে সজাই তোলাৰ প্ৰয়াসত উঠি পৰি লাগিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ১৫৫ কোটি টকা ব্যয়ৰে “স্বৰ্ণমন্দিৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হব বটদ্ৰৱা থান। ইতিমধ্যে ইয়াৰ আৰ্হি
Read More...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ !

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ । পশ্চিম বংগ ভ্ৰমণলৈ যোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ বাহনত শিলেৰে আক্ৰমণ । তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিম বংগ বিজেপিয়ে। ইয়াৰ
Read More...

সাংসদ কুইন ওজাই মুকলি কৰিলে বিজেপিৰ বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য
Read More...

ডিব্ৰুগড়ত পুৰণি পেন্সনৰ দাবীত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

মদাৰখাত, ৯ ডিচেম্বৰ : চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি প্ৰৱৰ্তন কৰা নতুন পেন্সন নীতি বিৰোধিতা কৰি পুনৰ পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই সজোৰে চৰকাৰক দাবী জনাই আহিছে। ডিব্ৰুগড়
Read More...

নতুন সংসদ ভৱনে নতুন আৰু পুৰণিৰ সহ-অস্তিত্ব কঢ়িয়াব – প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজনৈতিক দল, কেবিনেট মন্ত্ৰী আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে
Read More...

প্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱে অপদস্থ : আৰক্ষীৰ শূন্যলৈ গুলী

আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ভোটগ্ৰহণৰ সময়তে চিৰাঙৰ দত্তপুৰ এল পি স্কুল ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃদ্ধ এগৰাকীক ভোটদানৰ সময়ত সহায় কৰাক লৈ অসন্তুষ্ট একাংশই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰিজাইডিং
Read More...

আজি বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন : পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

আজি বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হৈছে অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হৈছে এই ভোট গ্ৰহণ । পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া । কোকৰাঝাৰত ১০৫৩৮২৯ গৰাকী ভোটাৰে নিৰ্ণয় ৭০গৰাকী প্ৰাৰ্থীৰ
Read More...

UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ গোসাঁইগাঁৱত অঘটন । বহলপুৰৰ পৰা কোকৰাঝাৰৰ ঘৰলৈ গৈ থকা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ
Read More...

কালিলৈ বিটিচিত অন্তিম পৰ্যায়ৰ নিৰ্বাচন

বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ বিটিচিত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ নিৰ্বাচন। কোকৰাঝাৰ আৰু চিৰাং জিলাত মুঠ ১৯টা সমষ্টিত হ’ব এই ভোট গ্ৰহণ। বিটিচিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা। ইতিমধ্যে ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি
Read More...