ৰাজনীতি

তেলেংগানাবাসীয়ে দেখুৱালে মৰম, প্ৰগতি আৰু উন্নয়নৰ বাবে পৰিৱৰ্তন হ’বঃ ডি কে শিৱকুমাৰ

তেলেংগানাবাসীয়ে দেখুৱালে মৰম, প্ৰগতি আৰু উন্নয়নৰ বাবে পৰিৱৰ্তন হ’ব। তেলেংগানাৰ ধাৰাটোৱে স্পষ্টকৈ দেখুৱাইছে যে তাত কংগ্ৰেছৰ জয় নিশ্চিত। এই সময়ছোৱাত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি...

ৰাজস্থানৰ পৰা জয় লাভ ৰাজকুমাৰ ৰোটৰ…

ৰাজস্থানৰ পৰা প্ৰথমটো জয়ৰ খবৰ। ৬৯,১৬৬টা ভোটৰ ব্যৱধানত জয়ী ৰাজকুমাৰ ৰোট। ভাৰত আদিবাসী পাৰ্টীৰ প্ৰাৰ্থী ৰোট। ১৬১ ছৌৰাছি সমষ্টিৰ পৰা জয়ী BAPৰ প্ৰাৰ্থীগৰাকী।

ছত্তীশগড়ত ক’ৰ পৰা কোন আগবাঢ়িছে ! কিমান খন আসনত আগবাঢ়িল বিজেপি…

: ছত্তীশগড়ৰ ক’ৰ পৰা কোন আগবাঢ়িছে?ছত্তীশগড়ৰ যশপুৰ বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিনয় ভগততকৈ ১৩৮৭৮টা ভোটত আগবাঢ়ি আছে বিজেপিৰ ৰাইমুনি ভগত। সাতটা ৰাউণ্ড গণনা...

নাগালেণ্ডৰ টাপী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল প্ৰকাশ…

নাগালেণ্ডৰ টাপী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল প্ৰকাশ। NDPP দলৰ প্ৰাৰ্থী ৱাংপাং কন্যাকৰ জয়লাভ। ৫,৩৩৩টা ভোটৰ ব্যৱধানত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী ৱাংলেম কন্যাক।

ধাৰাবাহিকভাৱে আগবাঢ়ি আছে বিজেপি ! মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ উন্নত প্ৰদৰ্শন…

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত চলি আছে ভোটগণনা। ইফালে, ধাৰা অনুসৰি মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান ভাৰতীয় জনতা পাৰ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।...

Popular