Breaking

Browsing Category

গ্ৰাম্যৰ্থ

বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা আছেনে ? কি কলে হিমন্ত বিশ্ব শৰ্মাই

২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা কৰি অসমৰ শাসন ভাৰ দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ সংগ এৰিছে মিত্ৰ দলটোৰ। ১৯ নৱেম্বৰ, বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ‘ৰেডিচন ব্লু’ট এখন সংবাদমেলৰ জড়িতে বিপিএফৰ সৈতে ২০২১ চনত
Read More...

মৰিগাঁৱৰ লাহৰীঘাটত অংগনবাদী কেন্দ্ৰৰ নামত চলিছে তীব্ৰ লুণ্ঠন : শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে অংগনবাদী…

মৰিগাঁও : মৰিগাঁও জিলাৰ লাহৰীঘাটত সংহত শিশু উন্নয়ন আচনি শিশুৰ প্ৰথম শিক্ষা লোৱাৰ অনুষ্ঠানৰ লগতে পুষ্টিকৰ শিশু খাদ্য আদি চৰকাৰে যোগান ধৰে। লক্ষ্য আৰু উদ্দেশ্য মহৎ, পিছে কিছু অসৎ লোকৰ বাবে এই শিশু সকলৰ খাদ্য সামগ্ৰী লুণ্ঠন কৰাৰ যেন স্বভাৱগত
Read More...

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ৰাজগড়ত তাঁতশাল বিতৰণ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ৰাজগড় বিহুতলীত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্হিতিত তাঁতশাল বিতৰণ কৰা হয়৷ ৫৩ নং পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত চানমাৰি, লাচিত নগৰ, ৰাজগড়,
Read More...

গাহৰি পালনেৰে স্বাৱলম্বী নগাঁৱৰ ভুৱন বসুমতাৰী

নগাঁও : যি সময়ত ৰাজ্যখনৰ লাখ-লাখ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে সেই সময়তে কোনো ধৰণৰ চৰকাৰী চাকৰিক ভৰসা নকৰি একমাত্ৰ নিজৰ ঐকান্তিক প্ৰচেষ্টা, একাগ্ৰতা আৰু কষ্ট সহিষ্ণুতাৰ বলত গাহৰি পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন
Read More...

বিধায়িকা নন্দিতা দাসে দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে ঈদৰ পোছাক

সোণতলী : কৰোনাৰ আতংকই সম্প্ৰতি দেশত চলি থকা লকডাউনে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লকডাউনৰ মাজতে ৰাজ্যত তিনিবাৰকৈ ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰা দেখা গৈছে৷ ইপিনে ইছলাম ধৰ্মাৱলম্বী
Read More...

মাৰ্ঘেৰিটাৰ কেটেটং গাঁও পঞ্চায়তৰ বিধ্বস্ত পথত ভূই ৰুই স্থানীয় ৰাইজ, যুৱ ছাত্ৰৰ প্ৰতিবাদ

দৈনন্দিন বাৰ্তা মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত কেটেটং পঞ্চায়তৰ বাট-পথৰ অবস্থা একেবাৰে সংকটজনক। পৰিতাপৰ বিষয় যে কংগ্ৰেছৰ দীৰ্ঘ দিনীয়া শাসন কালৰ পৰা পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো কেটেটং পঞ্চায়তাধীন
Read More...

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথত ব্যাপক দুৰ্নীতি :: পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ কাম…

ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ মাইথং গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্বৰ ৫২ নং (বৰ্তমান ১৫ নং) ৰাষ্ট্রীয় ঘাইপথ ঘাইপথৰ পৰা ১ নং সৰু ডিৰাক লৈ প্ৰকল্প পেকেজ নং এ:এছ: ২৩-৩১৬ ৰ আধাৰত ৩২৪.৫৫ লাখ টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী
Read More...

বানে গৰকা বৰছলাত তীব্ৰ খাদ্য সংকটত ভুগিছে পশুকুল

দৈনন্দিন বাৰ্তা ডেস্ক : বানে গৰকা শোণিতপুৰৰ বৰছলাত এতিয়া গৰু, ম'হৰ নাজল-নাথল অৱস্থা৷ পশু খাদ্যৰ তীব্ৰ সংকট৷ পানী মেটেকা খুৱাই ৰাখিছে গৰু, ম'হক৷ খাদ্যৰ অভাৱত পশুধনৰ দূৰৱস্থা দেখি পশুধন পালক সকল চিন্তিত৷ পোৱা নাই চৰকাৰী পশু খাদ্য৷ কানসাৰ
Read More...

জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে গঞা ৰাইজক : ফুচকৰামুখত পকী দলং নিৰ্মাণৰ দাবী মন্ত্ৰী নৱ দলেক ।…

ঢকুৱাখনা : দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছততো ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ বাটচ'ৰা শিৱ মন্দিৰ তিনিআলিৰ পৰা মৰনৈ পমুৱা তিনিআলি সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ ফুচকৰামুখত ন'হল চামপৰা নদী আৰু বলাহী জানৰ
Read More...

লকডাউনে সলনি কৰিছে বহুতৰে জীৱনৰ গতিপথ ৷ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচাৰে তৈয়াৰী মাস্ক…

✍ দ্বীপেন শইকীয়া বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে দেশজুৰি অব্যাহত থকা তলাবন্ধৰ ফলত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হতাশাত দিন অতিবাহিত কৰিছে ৷ যোবা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ
Read More...