Breaking

Browsing Category

গ্ৰাম্যৰ্থ

গেলেকীত দৈখনা নদীৰ বানৰ তাণ্ডৱ : কেইবাশ হেক্টৰ ভূমি বানৰ কবলত : কেইবাখনো গাওঁ প্লাৱিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত বৰনৈৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগৰ পৰা গেলেকী দৈখনা নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে।সীমান্তবৰ্তী অঞ্চলটোৰ নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদী জলপৃষ্ঠ তীব্ৰ গতিত
Read More...

পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে নগাঁৱৰ প্ৰশান্ত শৰ্মাই।

ননৈঃ "মন কৰিলেই ছন বাকৰি মাটিতেই ধন”-- এই কথাষাৰকে সাৰোগত কৰি নগাঁও জিলাৰ বঢ়মপুৰৰ কৰ্মদ্যোমী যুৱক প্ৰশান্ত কুমাৰ শৰ্মাই ওৰফে গনেশ আগবাঢ়ি গৈছে নিজৰ কৰ্মত ৷ যি সময়ত আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে সেই সময়তে
Read More...

স্বাস্থ্য সন্মত মাছৰ খুচুৰা বজাৰ ৰাইজৰ বাবে মুকলি কৰিলে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও : কৰ'না মহামাৰীৰ ভয়াবহতাৰ মাজতে নগাঁও সদৰ সমষ্টিত চৰকাৰৰ  উন্নয়ন মূলক আচঁনিৰ  কামকাজ অব্যাহত আছে ।   নগাঁও চহৰত ৰূপায়িত কেতবোৰ উন্নয়ন মূলক আচঁনিৰ লগতে শেহতীয়াকৈ হয়বৰগাঁও স্হিত মাছৰ খুচুৰা  বজাৰখন স্বাস্হ্য সন্মত ভাবে পুনৰ
Read More...

তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ‍্য : হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ তৰফৰ পৰা তাঁত শাল…

কলিয়াবৰ : তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। অসমৰ প্ৰায় সকলো জাতি-জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়, – মতাই বাব হাল, মাইকীয়ে বব শাল। অসমীয়া
Read More...

দৰঙৰ ভেৰুৱাত বান বিধ্বস্ত কৃষকৰ বাবে ১৫ বিঘা মাটিত অগ্ৰণী বহুমুখী কৃষি পাম সমিতিয়ে সিচিলে কঠিয়া ।

দৰঙৰ পৰা জয়দেৱ ডেকা: দৰঙৰ বানপীড়িত কৃষকে বানপানীৰ পিছত শালিধানৰ খেতি কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহন কৰিছে দৰং জিলা কৃষি বিভাগে৷ জিলাখনৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভেৰুৱা অঞ্চলৰ প্ৰায় ৫০ জনৰো অধিক শিক্ষিত যুৱক
Read More...

অসমৰ ক্ষুদ্ৰ কৃষকৰ দূৰাৱস্থা আৰু চৰকাৰৰ কৰণীয়

✍ গুনোজীৎ দাস অসম এখন কৃষি প্ৰধান ৰাজ্য। প্ৰাকৃতিক অনুকুল পৰিৱেশত বাৰিষা-খৰালি বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মুলতঃ ধান খেতি , বিভিন্ন শাক-পাচলিৰ খেতি আদিয়ে প্ৰধান। ইয়াৰ উপৰিও পশুপালন, মীন পালন আদিয়ে ৰাজ্যৰ
Read More...

নগাঁৱৰ দুটা সমষ্টিক সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক ৷

ননৈ নগাঁও জিলাৰ বটদ্ৰৱা আৰু নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ এটি অতি গুৰুত্বপূৰ্ণ পথ নগাঁও-বৰভেটি-কাছমাৰী-চকলাঘাট চাৰিআলি মাজ-জাজৰি হৈ জাজৰি শিমলুতল সংযোগী পথটি ৷ নগাঁও চহৰৰ পৰা বৰভেটি-কাছমাৰী-চকলাঘাট
Read More...

মুখ‍্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব নৱ-নিৰ্মিত পুণৰাৱৰ্তন জলীয় কৃষি পদ্ধতিত মৎস পালন প্ৰকল্প ।কলিয়াবৰত দুই…

কলিয়াবৰ :  কলিয়াবৰৰ উলুৱনীৰ শৈলেন্দ্ৰ গোস্বামী আৰুমিছাৰ ধনঞ্জয় উপাধ‍্যায়, এই দুই শিক্ষিত যুৱকে দুবছৰৰ আগতে নিজাববীয়া প্ৰচেষ্টাৰে বৈজ্ঞানীক পদ্ধতিৰে কৃটিমভাৱে পানীৰ টেংকীত মাছ পালন আৰম্ভ কৰিছিল। সপোন আছিল মৎস‍্য পালনৰ জৰিয়তে
Read More...

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

সোণতলী  বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো অদ্যাপি মুকলি
Read More...

কিষাণ পৰিষদৰ উদ্যোগত টিংখাঙত উন্নত কৃষি বীজ বিতৰণ ।

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং কভিত-১৯ ৰ ভয়ংকৰ সংক্ৰমণে সমগ্ৰ মানৱ জাতিক ত্ৰস্তমান কৰি তোলা সময়তে আজি টিংখাং বিধান সভা সমষ্টিৰ খেতিয়ক সকলৰ মাজত সদ্যগঠিত স্বেচ্ছাসেৱী সংগঠন ভাৰতীয় কিষাণ পৰিষদ ৰাজগড় শাখাৰ উদ্যোগত উন্নত প্ৰজাতিৰ কৃষি
Read More...