Breaking

Browsing Category

ক্রীড়া-জগত

১৪৭ বছৰীয়া টেষ্ট ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্ব অভিলেখ যশস্বী জয়ছোৱাল, কি কৃতিত্ব অৰ্জন কৰিলে ভাৰতীয়…

১৪৭ বছৰীয়া ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে যশস্বী জয়ছোৱালে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ দুটা শতক অৰ্জন কৰে। ২১৪ ৰানৰ ইনিংছলৈ যোৱাৰ পথত তেওঁ এনে এক বিশ্ব অভিলেখ গঢ়িছিল, যিটো টেষ্টৰ ১৪৭ বছৰীয়া ইতিহাসত
Read More...

খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত সাফল্য অসম কন্যা ৰক্ষা বৰুৱাৰ

সদ্য অনুষ্ঠিত খেলো ইণ্ডিয়া ওমেনছ টাইকোৱাণ্ডো লীগত অসমক প্ৰতিনিধিত্ব কৰি সমগ্ৰ অসমৰ লগতে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ৰক্ষা বৰুৱাই। ১৬ ফেব্ৰুৱাৰীত শ্বিলঙৰ লাইটকৰৰ আছাম
Read More...

প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ খিতাপ জয়ৰে ঐতিহাসিক সফলতা লাভ ভাৰতীয় মহিলা বেডমিণ্টন দলৰ

ভাৰতীয় মহিলা বেডমিণ্টন দলে ইতিহাস গঢ়ি পোন প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ দলীয় খিতাপ লাভ কৰিছে৷ মালয়েছিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ দেওবাৰে হোৱা ফাইনেলত ভাৰতে ৩-২১ ব্যৱধানত পৰাস্ত কৰে থাইলেণ্ডৰ মহিলা দলক৷ উল্লেখ্য যে শক্তিশালী চীনক
Read More...

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰতৰ জয়। ৰাজকোট টেষ্টত ৪৩৪ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ। জয়ৰ বাবে ইংলেণ্ডক বান্ধি দিছিল ৫৫৭ ৰানৰ লক্ষ্য। প্ৰত্যুত্তৰত ১২২ ৰানত সমাপ্ত হয় ইংলেণ্ডৰ ইনিংছ।
Read More...

চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান, ৰাইজৰ বাবে…

প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব৷
Read More...

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত অংশগ্ৰহণ নকৰে অশ্বিনে…

শুকুৰবাৰে সন্ধিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিশ্চিত কৰে যে পাৰিবাৰিক চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টৰ পৰা ৰবিচন্দ্ৰন অশ্বিনে আঁতৰি গৈছে। "বিচিচিআইয়ে চেম্পিয়ন
Read More...

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক আগবঢ়াই নিয়াৰ সময় সমাগত

গ্ৰামাঞ্চলত খেলুৱৈৰ সৃষ্টিৰ বাবে ফুটবল, ভলীবলৰ লগতে ক্ৰিকেট, বেডমিন্টন, কাবাডী, খো খো, এথলেটিকছ ইত্যাদিৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। ফুটবল ভলীবল গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় খেল। খেলুৱৈ নহলেও এদিনৰ বাবে ফুটবলটো লথিয়াই দিয়া বা ভলীবল নেখেলা
Read More...

ৰাজকোট টেষ্ট ৰবিচন্দ্ৰন অশ্বিনৰ বাবে কেৰিয়াৰৰ বৃহৎ মাইলৰ খুঁটি

ইংলেণ্ডৰ বিৰুদ্ধে ৰাজকোটত চলি থকা টেষ্ট মেচৰ সময়ত অশ্বিনে বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে। ভিজাগত দ্বিতীয়খন টেষ্টৰ শেষত ৪৯৯টা স্কেলপত থকা অফ স্পিনাৰগৰাকীয়ে তৃতীয় টেষ্টৰ দ্বিতীয় দিনটোত জেক ক্ৰ’লিৰ উইকেটেৰে ৫০০ সংখ্যক উইকেট সম্পূৰ্ণ কৰে।
Read More...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা লাভ কৰা খেলুৱৈক এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সম্বৰ্দ্ধনা…

এন. এফ. ৰে'লৱে মুখ্য কাৰ্যালয় মালিগাৱঁত আজি সদৰ কাৰ্যালয়ৰ ৰে'ল কৰ্মচাৰী আৰু এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্বৰ‌ উপস্থিতিত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাই খেলুৱৈ সকলৰ মনোবল বৃদ্ধি আৰু উৎসাহিত কৰিবলৈ এক সম্বৰ্দ্ধনা
Read More...