Breaking

Browsing Category

ক্রীড়া-জগত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা লাভ কৰা খেলুৱৈক এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সম্বৰ্দ্ধনা…

এন. এফ. ৰে'লৱে মুখ্য কাৰ্যালয় মালিগাৱঁত আজি সদৰ কাৰ্যালয়ৰ ৰে'ল কৰ্মচাৰী আৰু এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্বৰ‌ উপস্থিতিত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ মালিগাঁও শাখাই খেলুৱৈ সকলৰ মনোবল বৃদ্ধি আৰু উৎসাহিত কৰিবলৈ এক সম্বৰ্দ্ধনা
Read More...

গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পেৰা অলিম্পিকত তেজপুৰৰ দক্ষ এথলীট মিনা বৰা বায়নৰ কৃতিত্ব, যোগক্ৰীড়াত…

দেশৰ পেৰা অলিম্পিক সন্থাৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ গোৱাত অনুষ্ঠিত চুপাৰ মাষ্টাৰ গেমছত যোগক্ৰীড়াৰ কনভেনৰ হিচাপে অংশ গ্ৰহণ কৰা তেজপুৰৰ দক্ষ এথলেটিকছ মিনা বৰা বায়নে ট্ৰিপল জাম্প প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ
Read More...

অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচত টীম ইণ্ডিয়াক পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াই…

অষ্ট্ৰেলিয়াই ডিফেণ্ডিং চেম্পিয়ন ভাৰতক ৭৯ ৰাণত পৰাস্ত কৰি চতুৰ্থটো ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ মুকুট লাভ কৰে। দেওবাৰে উইলোম’ৰ পাৰ্কত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিলেখ সৃষ্টি কৰা ৰান চেজত একাধিক
Read More...

‘ৰঞ্জী ট্ৰফী উঠাই দিয়া উচিত!’- মনোজ তিৱাৰীৰ মন্তব্যত উত্তাল ভাৰতীয় ক্ৰিকেট

চলিত ছিজনৰ ৰঞ্জি ট্ৰফীৰ লীগৰ পৰা বাহিৰ হোৱাৰ পথত বংগ দল। এনে প্ৰেক্ষাপটত মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়াত বিস্ফোৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে। মনোজ তিৱাৰীয়ে এক্স হেণ্ডেলত লিখিছে, " অহা ছিজনৰ পৰা
Read More...

ভাৰত বনাম অষ্ট্ৰেলিয়া, অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল…

আজি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। দক্ষিণ আফ্ৰিকাৰ ভূমিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ হাই ভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন। আনহাতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ ১৯ অনুৰ্ধ পুৰুষ ক্ৰিকেট
Read More...

‘গ্ৰীফন চেলেঞ্জ ট্ৰফী’ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত যোৰহাট চেম্পিয়ন

শিৱসাগৰ 'গ্ৰীফন ক্লাব'ৰ উদ্যোগত চহৰৰ বডিং খেলপথাৰত অনুষ্ঠিত হোৱা 'গ্ৰীফন চেলেঞ্জ ট্ৰফী' সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানি মহিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে যোৰহাটে। এক পক্ষীয়
Read More...

ডাইভিঙত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক অৰ্জন অসমৰ ৰূপম গগৈৰ ! জনঞ্জয়জ্যোতি হাজৰিকাৰ দুটা আৰু জাহ্নৱী…

ডাইভিঙত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক অৰ্জন অসমৰ ৰূপম গগৈৰ ঃ জনঞ্জয়জ্যোতি হাজৰিকাৰ দুটা, জাহ্নৱী কাশ্যপৰ এটা ৰূপ জয় অসমৰ ছুইমিং জগতখনৰ বাবে সুখবৰ । নতুন দিল্লীৰ ডা: শ্যামা প্ৰসাদ মুখাৰ্জী ছুইমিং পুলত ৭ খন দেশৰ মাজত ৭ ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ
Read More...

আই পি এল ২০২৪ৰ পূৰ্বে বিবাহপাশত আবদ্ধ RCBৰ ফাষ্ট বলাৰ লকি ফাৰ্গুচন, বিবাহৰ সুন্দৰ ছবি পোহৰলৈ আহিছে…

নিউজিলেণ্ড আৰু আৰচিবিৰ ফাষ্ট বলাৰ লকি ফাৰ্গুচনৰ বিবাহ। তেওঁৰ প্ৰেমিকা এমা কোমোকিক বিয়া কৰাইছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ফাৰ্গুচনে বিয়াৰ ফটো শ্বেয়াৰ কৰে।
Read More...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব অষ্ট্ৰেলিয়ান ক্ৰিকেটা ডেভিদ ৱাৰ্ণাৰে…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব অষ্ট্ৰেলিয়ান ক্ৰিকেটা ডেভিদ ৱাৰ্ণাৰে। ICC T20 বিশ্বকাপ-২০২৪ৰ পাছতে অৱসৰ ল'ব ক্ৰিকেটাৰগৰাকীয়ে। শুকুৰবাৰে ষ্টাৰ অষ্ট্ৰেলিয়াৰ বেটছমেন ডেভিদ ৱাৰ্নাৰে প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ
Read More...