ক্রীড়া-জগত

চতুৰ্থটো ৰূপৰ পদক অৰ্জন ভাৰতৰ…

এছিয়ান গেমছৰ তৃতীয় দিনা ভাৰতে অৰ্জন কৰে চতুৰ্থটো ৰূপৰ পদক। ছেইলিঙত নেহা ঠাকুৰীয়াই আঁজুৰিলে ৰূপৰ পদক। ২৭ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে নেহা ঠাকুৰে। বৰ্তমানলৈ ভাৰতে...

এছিয়ান গেমছ ২০২৩ হকীঃ ভাৰতে ছিংগাপুৰক ১৬-১ গ’লত পৰাস্ত…

এচিয়ান গেমছত পুৰুষৰ হকীত ভাৰতৰ দ্বিতীয় জয়। লীগত ছিংগাপুৰক ১৬-১ গলত পৰাস্ত কৰে ভাৰতে। ৪টাকৈ গ’লেৰে অধিনায়ক হৰমনপ্ৰীত সিঙৰ হেট্ৰিক অৰ্জন। খেলখনত ভাৰতৰ ৯জনকৈ...

ক্ৰিকেট বিশ্বকাপ ২০২৩: ভিছা বিতৰ্কৰ পিছত ২৭ ছেপ্টেম্বৰত ভাৰতত অৱতৰণ কৰিবলৈ সাজু বাবৰ আজমৰ পাকিস্তানৰ ক্ৰিকেট দল

পাকিস্তানৰ ভিছা সমস্যা অৱশেষত সমাধান হৈছে। এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে বুধবাৰে বাবৰ আজম ভাৰতত উপস্থিত হোৱাৰ কথা আছে। একেবাৰে শেষ মুহূৰ্তত, পাকিস্তান দলটোৱে মঙলবাৰে...

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ দেওবাৰে নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷ তেজপুৰ জিলা ক্ৰীড়া...

শিৱসাগৰত অসম ভাৰোত্তোলন সন্থাৰ বাচনি শিবিৰঃ প্ৰাক্তন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলকক সম্বৰ্দ্ধনা

সৰুপথাৰত অনুষ্ঠিত হ’ব লগা ৫১ সংখ্যক সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ শিৱসাগৰ ৱেইটলিফটিং একাডেমিৰ দলটো দেওবাৰে নিৰ্বাচন কৰা হয় ৷ খনামুখ কৃষ্টি...

Popular