সোণাপুৰৰ মাৰ্গদৰ্শনত বাহিনী মুখ্য কাৰ্যালয় চৌহদত এটি যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত বাহিনীৰ মুঠ ১২৫ গৰাকী জোৱানে উৎসাহেৰে অংশগ্ৰহণ কৰে।
ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ। ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত স্থান লাভ জিন্টীমণিৰ। ৰেণুকা সিং ঠাকুৰৰ স্থানত অন্তৰ্ভুক্ত অসম কন্যা জিণ্টীমণি কলিতা।