Breaking

Browsing Tag

ASSAM POLICE

sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক'লে মিডিয়াই কেতিয়াও মোৰ ভাল নিউজ নকৰে, ডিব্ৰুগড়ৰ কোনো এখন বিহু বা অনুষ্ঠানত মোক নামাতে, মই একদম কান্দিব বিচৰা নাই কিন্তু, মই বহুত Frustrated হৈ আছোঁ। (Sumi Borah cries again in front of camera)
Read More...

YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই কেলেংকাৰিৰ লগত জড়িত দুই খলনায়কক গ্ৰেপ্তাৰ(YBY Trading App Scam) । ধৃত দুই খলনায়কক মাৰাথন জেৰা চিআইডিৰ ।
Read More...

মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই।(Who invested the money in online trading)
Read More...

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ ঃ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক ডিজিপি জি পি সিঙে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে । ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটীত মানসিক বিকাৰগ্ৰস্থ এজন লোকক আৰক্ষীৰ এটা দলে প্ৰহাৰ কৰিছিল । তাৰপিছতে নিজৰ এক্স হেণ্ডলৰ দ্বাৰা নিলম্বনৰ কথা উল্লেখ কৰিছে
Read More...

পিআইবি, গুৱাহাটীৰ উদ্যোগত তিনিখন নতুন ফৌজদাৰী আইন সন্দৰ্ভত সংবাদমাধ্যমৰ কৰ্মশালা সম্পন্ন, তিনিখন…

তিনি নতুন ফৌজদাৰী আইনসম্পৰ্কে সংবাদ মাধ্যমক সজাগ কৰি তোলাৰলক্ষ্যৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেচনব্যুৰ’, গুৱাহাটীয়ে অসম আৰক্ষীৰ সহযোগত আজি ইয়াত গুৱাহাটীৰ সংবাদ মাধ্যমৰ লোকসকলৰবাবে এখনিমিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে।
Read More...

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত আৰক্ষী, ৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ…

আদালতৰ নিৰ্দেশ অমান্য কৰি অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰে অসম আৰক্ষী। ২০১৬ চনত পানবজাৰ থানাত এগৰাকী অধিবক্তাৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। পাৰ্কিঙকলৈ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ সৈতে হোৱা বাক্ বিতণ্ডাৰ পিছত আৰক্ষীয়ে অধিবক্তা গৰাকীক
Read More...

দৰঙৰ এখন গাঁওত ভয়ানক ঘটনা; আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গাঁওখন পৰিদৰ্শন কৰি দিলে কঠোৰ নিৰ্দেশনা

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত পশ্চিম পদোঘাট গাঁওত ভয়ানক ঘটনা। গাঁওখনৰ শ্ৰীমণি চৌহানৰ চাৰি বিঘা কটা ধানত নিশা অগ্নি সংযোগ দূবৃৰ্ত্তৰ। গাঁওখনত প্ৰায় ২০০ হিন্দু পৰিয়াল আছিল যদিও একাংশ লোকৰ অত্যাচাৰত গাঁও এৰি গুছি গৈছে পৰিয়াল সমুহ । বিগত প্ৰায়
Read More...

এতিয়া অলিয়ে-গলিয়ে উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ; পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। অলিয়ে-গলিয়ে এতিয়া উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা মাৰাত্মক ড্ৰাগছ। বঙাইগাঁও জিলাৰ লেংটিছিঙাত আটক ড্ৰাগছ সৰবৰাহকাৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী লেংটিছিঙাৰ
Read More...

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড!

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড। বৃহস্পতিবাৰে নিশা বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক। হামেদা বেগম নামৰ মহিলাগৰাকীক ডিঙি
Read More...