Breaking

Browsing Tag

ASSAM POLICE

গুৱাহাটী পুলিচ ৰিজার্ভৰ পুনৰ্বিকাশৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী

গুৱাহাটী পুলিচ ৰিজার্ভৰ পুনৰ্বিকাশৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৫৪৪.৪৪ কোটি টকা ব্যয়সাপেক্ষ এই নতুন আন্তঃগাঁথনি সংযোজনত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে পৰ্যাপ্তসংখ্যক আৱাসিক কোৱাৰ্টাৰ অন্তৰ্ভুক্ত হ’ব
Read More...

নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড…

অভয়াপুৰী থানাৰ অন্তৰ্গত বাৰীপুখুৰী শালবাগানত কণমানি ছোৱালী এজনীক ধৰ্ষণ কৰাৰ অপৰাধত পাষণ্ড দিলীপ মণ্ডল ওৰফে দাসক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অভয়াপুৰীৰ বিশেষ আদালতে৷ ৫০হেজাৰ টকাৰ জৰিমনা অনাদায়ে তিনি বছৰৰ অতিৰিক্ত কাৰাদণ্ডৰ ৰায়দান কৰে
Read More...

হাইলাকান্দি জিলাত ৰাষ্ট্ৰীয় ঘাইপথত বিপজ্জনক বাইক ষ্টাণ্ট কৰা পাঁচজন যুৱকক গ্ৰেপ্তাৰ…

গুৱাহাটীঃ উজনি অসমৰ হাইলাকান্দি জিলাত ৰাষ্ট্ৰীয় ঘাইপথত বিপজ্জনক বাইক ষ্টাণ্ট কৰা পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হাইলাকান্দীক ওচৰৰ আন এখন জিলা কৰিমগঞ্জৰ সৈতে সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পাঁচজন যুৱকে
Read More...

সোণাৰি সদৰ থানাত অঘটন ! সতীৰ্থৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱালে গকুল বসুমতাৰীয়ে

সোণাৰি সদৰ থানাত অঘটন।সতীৰ্থৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱালে গকুল বসুমতাৰীয়ে।স্মার্ট আৰক্ষী পুনৰ বিতর্কত। ইতিমধ্যে ৰাজ্যৰ বহু কেইখন আৰক্ষী থানাত আৰক্ষী বিষয়া আত্মহত্যাৰ লগতে নিজৰ সতীৰ্থৰ গুলীত প্ৰান হেৰুৱাৰ দৰে লোমহর্ষক ঘটনা সংঘটিত হৈ
Read More...

টেঙাখাত আৰক্ষীৰ বৃহৎ সাফল্য , অভিযানত গাঞ্জা সহ: এজনক আটক…   

 টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় । জানিব
Read More...

অসম আৰক্ষীত অৱসৰপ্ৰাপ্ত সেনা বিষয়াক নিযুক্তি দিয়া হ’ব…

অসম পুলিচক অধিক সক্ষম, সষ্টম আৰু শাৰীৰিকভাৱে অধিক দক্ষ কৰি তুলিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত মেজৰ আৰু কৰ্নেলক নিযুক্তি দিয়া হ’ব৷ কেবিনেটে জনোৱা অনুমোদন অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ বিষয়াসকলে বেটেলিয়নসমূহত প্ৰশিক্ষণ দিব৷ নিযুক্তি পাবলগীয়া
Read More...

ডিব্ৰুগড় জিলাৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী লোক…

এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত
Read More...

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। আৰক্ষীৰ বাবে এটা বিশেষ উল্লেখযোগ্য দিন । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত উত্তৰ গুৱাহাটী অভয়পুৰস্থিত আৰক্ষী ছাউনীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
Read More...

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ…

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ । শূন্য সহনশীলতাৰ শ্লোগানেৰে গাদীত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰৰ বিভাগে বিভাগে চলিছে অবাধ দুৰ্নীতি লুণ্ঠনৰাজ । যোগান বিভাগৰ বৰমূৰীয়াৰে
Read More...

শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাৰ্য, লণ্ডভণ্ড অধিবক্তাৰ গৃহ…

শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত যোৱা নিশা চাঞ্চল্যকৰ এক চুৰিকাণ্ড সংঘটিত হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ একাধিক চোৰৰ দলে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা হেলেন ওৰফে ময়িদুল ইছলামৰ ঘৰ।
Read More...