Tag: ASSAM POLICE

Browse our exclusive articles!

দেশৰ ১৪০ আৰক্ষীলৈ গৃহমন্ত্ৰালয়ৰ মেডেল, অসমৰ ৪ আৰক্ষীলৈ অনুসন্ধানমূলক মেডেল

অসম আৰক্ষীৰ চাৰি গৰাকী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰদান কৰে মেডেল। অনুসন্ধানৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ ভিত্তিত গৃহমন্ত্ৰালয়ে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই...

গুৱাহাটীত চোৰলৈ গুলিচালনা ! এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা…

গুৱাহাটীত চোৰলৈ গুলিচালনাএটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টামহানগৰীত দিনে দিনে বৃদ্ধি অপৰাধমুলক ঘটনাশীৰ্ষ আৰক্ষীৰ মবাইল চোৰৰ পাচতে তৎপৰ মহানগৰ আৰক্ষী বুধবাৰে...

শোণিতপুৰত পুলিচৰ ওপৰত আক্ৰমণৰ বাবে ৭ জনক আটক…

শেহতীয়াকৈ অসমৰ শোণিতপুৰ জিলাৰ গুদামঘাটত তিনিজন আৰক্ষী বিষয়াক আক্ৰমণ কৰি আহত কৰাৰ অভিযোগত মহিলাসহ কমেও সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল...

এইবাৰ জোনমণি ঘটনাক লৈ SP লীনা দলেক CBI জেৰা!সামাজিক মাধ্যমত চৰ্চা

জোনমণি ঘটনাক লৈ লীনা দলেক CBI য়ে জেৰা চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰ৷ সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি, গুৱাহাটীলৈ আনি গোপন স্থানত জেৰা চলাইছে CBIয়ে৷ লগতে...

বৰপেটাৰ হাউলী থানাৰ অ’চিক ৰিজাৰ্ভ ক্ল’জ

হাউলী থানাৰ অ'চি গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। এটা দুৰ্ঘটনাৰ তদন্তত ভুল কৰাৰ বাবে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে হাউলী থানাৰ অ'চি গোপাল বৰাক। এখন ডাম্পাৰে...

Popular

তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

তিতাবৰত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ২৭ লাখৰো অধিক মহিলাৰ হাতত উদ্যমিতা পুঁজি বিতৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাত মুকালমুৱাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্র

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চাত মুকালমুৱাৰ পি.এম.শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছাত্র

ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক

ভাৰতীয় দলৰ অসম আৰক্ষীৰ জোৱান সোনেশ্বৰ বড়াৰ ব্ৰঞ্জৰ পদক। ৪ তাৰিখৰ পৰা ৮ তাৰিখৰলৈকে অনুষ্ঠিত হৈছে।

Cabinet meeting: আজি অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Cabinet meeting: আজি অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কাইলৈ মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব বহুচৰ্চিত সংবাদমেল।

Subscribe

spot_imgspot_img