Breaking

Browsing Tag

ASSAM POLICE

অসম আৰক্ষীত অৱসৰপ্ৰাপ্ত সেনা বিষয়াক নিযুক্তি দিয়া হ’ব…

অসম পুলিচক অধিক সক্ষম, সষ্টম আৰু শাৰীৰিকভাৱে অধিক দক্ষ কৰি তুলিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত মেজৰ আৰু কৰ্নেলক নিযুক্তি দিয়া হ’ব৷ কেবিনেটে জনোৱা অনুমোদন অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ বিষয়াসকলে বেটেলিয়নসমূহত প্ৰশিক্ষণ দিব৷ নিযুক্তি পাবলগীয়া
Read More...

ডিব্ৰুগড় জিলাৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী লোক…

এক চাঞ্চল্যকৰ গুলীচালনা কাণ্ডই আজি সন্ধিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা। জিলাখনৰ লালুকত অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এগৰাকী লোক। আহত ব্যক্তিগৰাকীক সিদ্ধাৰ্থ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে। ডিব্ৰুগড়ৰ আদালতত কৰ্মৰত
Read More...

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। আৰক্ষীৰ বাবে এটা বিশেষ উল্লেখযোগ্য দিন । ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত উত্তৰ গুৱাহাটী অভয়পুৰস্থিত আৰক্ষী ছাউনীত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
Read More...

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ…

খাৰুপেটীয়াত সুলভ মূল্যৰ চাউল জব্দ । শূন্য সহনশীলতাৰ শ্লোগানেৰে গাদীত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰৰ বিভাগে বিভাগে চলিছে অবাধ দুৰ্নীতি লুণ্ঠনৰাজ । যোগান বিভাগৰ বৰমূৰীয়াৰে
Read More...

শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাৰ্য, লণ্ডভণ্ড অধিবক্তাৰ গৃহ…

শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত যোৱা নিশা চাঞ্চল্যকৰ এক চুৰিকাণ্ড সংঘটিত হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ একাধিক চোৰৰ দলে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা হেলেন ওৰফে ময়িদুল ইছলামৰ ঘৰ।
Read More...

গোৱালপাৰা চহৰৰ কিচমৎপুৰত আৰক্ষীৰ অভিযান …

গোৱালপাৰা খন হৈ পৰিছে এতিয়া নকল ব্যৱসায়িৰ স্থলী,গোৱালপাৰাত দিনক দিনে বৃদ্ধি পাইছে অপৰাধ জনীত ঘটনা, মন কৰিবলগীয়া কথা যে একাংশ দুস্কৃতীকাৰীয়ে গোৱালপাৰা খনক অপৰাধৰ ঘাটি বনাবলৈ বিছাৰি আহিছে যদিও আৰক্ষী প্ৰশাসনে ও কিন্তু সিমানেই সস্তম হোৱা
Read More...

ধুবুৰীৰত ৮৫ বস্তা চোৰাং ইউৰিয়া সাৰ সহ তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ বি,এছ,এফৰ …

ধুবুৰীৰ পৰা নদী পথেৰে সীমান্ত অঞ্চললৈ চোৰাংকৈ ইউৰীয়া সাৰ নিয়াৰ সময়তে বি এছ এফৰ এটা দলে তালাচী চলাই ৮৫ বস্তা চোৰাং ইউৰীয়া সাৰ জব্দ কৰে। ধুবুৰীৰ বংশীৰচৰ এলেকাত থকা বি অ পিত বি এছ এফে নিয়মীয়া তালাচীৰ পিছতেই জব্দ কৰে ৮৫ বস্তা ইউৰিয়া
Read More...

প্ৰৱঞ্চক প্ৰেমিকৰ সৈতে ধনদাবী কৰা বুলি উঠা অভিযোগ আৰু গোচৰ সন্দৰ্ভত এছ আই জোনমণি ৰাভাক আজি…

হ’বলগীয়া স্বামীৰ সৈতে মিলি প্ৰৱঞ্চনাৰ অভিযোগ।আজি আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক প্ৰৱঞ্চক প্ৰেমিকৰ সৈতে ধনদাবী কৰা বুলি উঠা অভিযোগ আৰু গোচৰৰ সন্দৰ্ভত আজি গড়মূৰ থানাৰ আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক।বৃহস্পতিবাৰে পুৱাই
Read More...

গোঁসাইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি …

গোসাঁইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি । বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ যুৱকৰ । স্বচ্ছতাৰে অসম আৰক্ষীৰ বাছনিত সন্তষ্ট পৰিয়াল । আজি ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ হংস বিল গাঁৱৰ দুই যুৱক অসম আৰক্ষীত বাছনি
Read More...

নাজিৰাত আৰক্ষীৰ তালিবানি কাৰ্য !

নিশা পথচাৰী ছাত্ৰক উঠাই আনি নিৰ্মম অত্যাচাৰ । গাওঁৰক্ষী বাহিনীৰ সম্পাদক সহ নিৰিহ ব্যক্তিক প্ৰহাৰ কৰাত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত ৰাইজৰ পথ অৱৰোধ । দিলীপ হাজৰিকা : নাজিৰা : ৫ নৱেম্বৰ :- মূখ্যমন্ত্ৰীৰ স্মাৰ্ট পুলিচৰ কৰ্মকাণ্ডই নাজিৰাত
Read More...