Tag: ASSAM

Browse our exclusive articles!

সাতগাঁৱত যোগ আৰু সংগীত একাডেমি ‘ডেউকা’ ৰ শুভাৰম্ভ

অলপতে মহানগৰীৰ সাতগাঁৱত ডেউকা নামেৰে যোগ আৰু সংগীত একাডেমী এখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয়। এই উপলক্ষে স্থানীয় ভালে সংখ্যক ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীৰ...

কলেষ্টেৰল বাঢ়িলে কি খাব লাগে আৰু কি খাব নালাগে সেয়া এক ডাঙৰ প্ৰশ্ন? কলেষ্টেৰল বৃদ্ধি হ’লে খাব লগা এই ৩টা বস্তু খাব…

যেতিয়া কলেষ্টেৰল উচ্চ হয়, শৰীৰত সকলো ধৰণৰ সমস্যা দেখা যায়, সেয়া ষ্ট্ৰোক হওঁক বা হৃদআক্ৰমণ হওঁক। দৰাচলতে, যেতিয়া আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি...

বিবাহিত পুৰুষ আন মহিলাৰ প্ৰতি কিয় আকৰ্ষিত হয়?জানেনে…

যিকোনো সম্পৰ্ক শক্তিশালী কৰিবলৈ, প্ৰথমতে ইয়াত যথেষ্ট মৰম থাকিব লাগে। বিবাহৰ পিছত, স্বামী আৰু পত্নীয়ে ইজনে সিজনক বহুত ভাল পোৱাআৰু আনুগত্য বজাই ৰখাৰ শপত...

শৰীৰ সুস্থ ৰাখিবলৈ বৰষুণৰ বতৰত পাচলিত নহৰু দি চুপ খাওক…

যদি আপুনি বৰষুণত ৰোগ আৰু সংক্ৰমণৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে নিশ্চিতভাৱে নহৰুৰ চুপ খাব। মিশ্ৰিত পাচলিনহৰুৰ চুপে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।পাচলি নহৰুৰ...

অসমীয়া সাহিত্যৰ ভঁৰাল ধনাঢ্য কৰা হীৰেন ভট্টাচাৰ্যৰ পুণ্যতিথিত সশ্ৰদ্ধৰে প্ৰণাম জনাইছোঁ

“তুমিটো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ তাৰো ছিগো-ছিগো চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰায়” "সুগন্ধি পখিলা" ৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্য অসমীয়া কবিতাৰ...

Popular

আজি মুম্বাইলৈ অনা হ’ব টাইগাৰ শ্ৰফ ঘটনাৰ ৩ অভিযুক্তক

বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক ৪৮ ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ড মঞ্জুৰ কৰা হৈছে।

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ৰেংবেং গৰুবন্ধা মিকিৰ গাঁওস্থিত গুণৰাম টিমুং ক্ষেত্ৰত তিনিদিনীয়া এক বর্ণাঢ্য কাৰ্যসূচীৰে ৩৪সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী ‘কলম’

দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনাৰ মাজতে উন্মোচন উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ আলোচনী 'কলম'

দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ

মুম্বাইৰ জুহুত ফুটবল খেলি ঘৰলৈ ওভতাৰ পথতে ছুপাৰষ্টাৰ টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলী চলাই দুৰ্বৃত্তই। ঘটনাত টাইগাৰ শ্ৰফৰ BMWৰ চালকো আহত হয়।

Subscribe

spot_imgspot_img