Tag: ASSAM

Browse our exclusive articles!

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত মাটিফাটা অঞ্চল ।

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে মাটিফাটা অঞ্চলবাসীৰ। এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা অঞ্চলৰ । পুনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা গৰাহনীয়াই ভয়াবহ ৰূপ লোৱাত নদীৰ বুকুত জাহ গৈছে বহুলোকৰ ঘৰ- বাৰী । কাঢ়ি নিছে অজস্ৰ জনৰ বুকু ভৰা সপোন । নদীৰ গৰ্ভত...

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।

আজিৰে পৰা তামুলপুৰৰ কাউলীত আৰম্ভ হৈছে মতুয়া ধৰ্মালম্বী লোক সকলৰ মহাবাৰুণী উৎসৱ।অন্যান্য বছৰৰ দৰে আজি পুৱাই ঐতিহাসিক হৰিচাদ গুৰুচাঁদ মন্দিৰ প্ৰাঙ্গণত ভিৰ কৰিছেহি মতুৱা...

কোনখন টোলগে’টত কিমান ধন ভৰিব লাগিব আপুনি?

সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বাঢ়িছে অত্যাৱশ্যকীয় ইন্ধন আৰু ৰন্ধন গেছৰ দাম। পেট্ৰ’ল-ডিজেলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে। এই দাম বৃদ্ধিৰ হাৰ দৈনিক ঊৰ্ধ্বগামী হৈয়েই আছে।...

বিহ দি হত্যা ১০০ তকৈ অধিক কুকুৰক…

তেলেংগানাৰ চিদ্দিপেট জিলাত ১০০ তকৈও অধিক পথভ্ৰষ্ট কুকুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত  এগৰাকী পশু অধিকাৰ মঙলবাৰে এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি...

মাৰ্ঘেৰিটাত ছাত্ৰ নেতাক প্ৰাণে মৰা চেষ্টা…

ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা পাপু দত্তক প্ৰাণে মৰাৰ চেষ্টা  চলোৱা বুলি অভিযোগ সমগ্ৰ মাৰ্ঘেৰিটাতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটা ব্লক...

Popular

বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

বৰ্ষাপাৰাত অভিলেখ ৰচনা টীম ইণ্ডিয়াৰ। দ্বিতীয় এদিনীয়াত ৮ উইকেটত জয়ী টীম ইণ্ডিয়া। প্ৰথমবাৰৰ বাবে ৪০০ ৰানৰ টাৰ্গেট অতিক্ৰম ভাৰতৰ।

এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ

আৰ্চাৰীৰ পুৰষৰ কম্পাউণ্ড দলীয় শাখাত স্বৰ্ণ পদক জয়। ছাহিল যাদৱ, কুশল দালাল, গণেশ তিৰুমৰুৰ স্বৰ্ণ পদক।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেৰ সৈতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেৰ সৈতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। ভুৱা প্ৰমাণপত্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ, দুৰ্নীতিৰ কেন্দ্ৰীয় তদন্ত আৰু সাংবিধানিক সুৰক্ষাৰ দাবী

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ

দুই নিৰ্বাচন আয়ুক্তক একাষৰীয়া কৰি সিদ্ধান্ত লোৱাৰ অভিযোগ আছিল জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে। ৰাকেশ কুমাৰ সিং নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল লেখ আবেদন।

Subscribe

spot_imgspot_img