Tag: ASSAM

Browse our exclusive articles!

আজিৰে পৰা দাম বাঢ়িল সুৰাৰ! কোনবিধ সুৰাত কিমান দাম বাঢ়িল জানক…

আজিৰে পৰা দাম বাঢ়িল সুৰাৰ। ১৫০টকাৰ পৰা ৩১২টকা পৰ্যন্ত বৃদ্ধি হ'ব সুৰাৰ মূল্য। জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ সুৰাত বৃদ্ধি পালে ১৫২ টকাকৈ। আনহাতে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০...

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা…

নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পৰা জব্দ প্ৰায় ৫০ কেজি গাঞ্জা। গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক GRPৰ। ধৃত সৰবৰাহকাৰীটো বিহাৰৰ পুৰুষোত্তম কুমাৰ। নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলৰ পৰা...

ঢকুৱাখনাত জলাশয়, বিল আৰু নদীত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা…

ঢকুৱাখনাত থলুৱা মাছ ধৰাত নিষেধাজ্ঞা। ১ এপ্ৰিল-১৫ জুলাইলৈ ১৪৪ ধাৰা জাৰি। মাছৰ প্ৰজননৰ এই সময়ছোৱাত জলাশয়, বিল আৰু নদীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ধৰা...

ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ চমক, প্ৰথমদিনটোত দুটা সোণসহ পাঁচটা পদক লাভ…

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত চলি থকা ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে অসমে দুটা সোণসহ মুঠ পাঁচটা পদক লাভ কৰি চমকপ্ৰদ আৰম্ভনি কৰিছে৷ পেৰালিম্পিক...

IPLৰ আজি ৱাংখেড়ে ষ্টেডিয়ামত আৰ আৰৰ প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছ, তিনি বছৰ পূৰ্বে অসম সন্তানে খেলা বিস্ফোৰক ইনিংছ সোঁৱৰণ কৰিলে কিবি পেচাৰে…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২৪ৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ...

Popular

গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন

গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন, স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা আৰু ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ শুভ উদ্বোধন

গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ।

গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ।

Tara Sutaria: প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক চুম্বন অন্য যুৱকৰ !

Tara Sutaria: প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক চুম্বন অন্য যুৱকৰ ! তাৰা সুতাৰিয়াই এ পি ধিলনৰ কনচাৰ্টৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।

২৫ বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’ এ

২৫ বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক’ এ

Subscribe

spot_imgspot_img