Tag: ASSAM

Browse our exclusive articles!

১ জুলাইৰ পৰা নতুন কাঠামো আৰম্ভঃ অসমে লাভ কৰিলে ১,৯২৯.৭ কোটি টকা

১ জুলাইৰ পৰা নতুন কাঠামো আৰম্ভঃ অসমে লাভ কৰিলে ১,৯২৯.৭ কোটি টকা

পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ

খবৰ অনুসৰি এতিয়া পুনৰ কংগ্ৰেছত লীন যাব মমতাৰ তৃণমূল কংগ্ৰেছ৷ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ দলৰ মাজত একত্ৰীকৰণ হ’ব বুলি চৰ্চা

অসমৰ লগতে উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা ‘অগ্নি অভিযন্তা’ হিচাপে ইতিহাস ৰচিলে শিৱাংগী সোণোৱালে

অসমৰ লগতে উত্তৰ পূবৰ প্ৰথমগৰাকী মহিলা 'অগ্নি অভিযন্তা' হিচাপে ইতিহাস ৰচিলে শিৱাংগী সোনোৱালে

PM narendra modi: দিল্লীক অসমৰ কাষ চপাই অনা প্ৰধানমন্ত্ৰীগৰাকী

অসমৰ এটা প্ৰজন্মই দীৰ্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ-দীঘল হৈছিল৷

ৰাজ্যত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী নিজেই উৎপাদনৰ লক্ষ্যৰে কাম কৰিব লাগিব

অসম চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি হোজাই আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে৷

Popular

পিতৃৰ স্মৃতিত শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকাৰ অৰ্থ সাহাৰ্য অৱসৰী অধ্যাপকৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথমটো স্বেচ্ছাসেৱী মানৱ সেৱা অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনলৈ এক লাখ টকা অৰ্থ সাহাৰ্য আগবঢ়াইছে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ(স্বায়ত্ব শাসিত)নিৰ্বাচনত মেধাৱী ছাত্ৰী নেহা ছেত্ৰীৰ ঐতিহাসিক বিজয়

গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এক অভূতপূৰ্ব তথা ঐতিহাসিক ফলাফল পোহৰলৈ আহিছে

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

ঢকুৱাখনাত গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ কমাৰগাঁৱত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

সদ্যপ্রয়াত সাংবাদিক পায়েল মেহতাৰ পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

সাংবাদিক পায়েল মেহতাৰ পৰিয়ালবৰ্গৰ কাষত উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Subscribe

spot_imgspot_img