Tag: CM

Browse our exclusive articles!

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ ভাৰত ভূষণ দেৱ চৌধুৰীৰ…

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি (APSC new chairman)। জ্যেষ্ঠ IAS বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ...

ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ-কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়কৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

আজি জনতা ভৱনত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ-কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়কৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন…

তামিলনাডুৰ মন্দিৰত বন্দী অসমৰ হাতীক নৃশংস নিৰ্যাতন । জয়মালা। এই হাতীটো মাথোঁ ছয়মাহৰ বাবে ২০০৮ চনত অসমৰ পৰা তামিলনাডুলৈ লিজত নিয়া হৈছিল। কিন্তু যোৱা...

‘অসমত ৩০২২ চনত যেতিয়া আপৰ চৰকাৰ আহিব তেতিয়া কেজৰিৱাল দুর্নীতি মুক্ত হ’ব’-মুখ্যমন্ত্ৰী

আজি হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘অসমলৈ ৩০২২ চনত যেতিয়া আপৰ...

গোসাইগাঁৱত ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ, APDCL ৰ জাননীক লৈ হাহাকাৰ পৰিস্থিতি ই- ৰিক্সা চালকৰ…

গোসাইগাঁৱ মহকুমাৰ ই-ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ।APDCL ৰ জাননীক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ই- ৰিক্সা চালক সকলৰ।বেটাৰী চাৰ্চ দিবলৈ বানিজ্যিক মিটাৰৰ বাধ্যতামুলক কৰাত...

Popular

মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ অৰ্জন পুৱেৰ্টো ৰিকোৰ জেনিফাৰ বাৰেটোৰ

জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট। ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে। ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।

ছানগ্লাছ পিন্ধি পকেটত হাত থৈ ফটোৰ বাবে প’জ দিয়া এই ভিডিঅ’টো সামাজিক মাধ্যমত আপুনিও প্ৰত্যক্ষ কৰিছে! এই শিশুটিয়ে লাভ কৰিলে এটা ডাঙৰ উপহাৰ…

মহাৰাষ্ট্ৰৰ যৱতমলৰ দুবছৰীয়া ৰুদ্ৰাশ সিং ঠাকুৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ১৩.৭ কোটিতকৈ অধিক বাৰ চোৱা হৈছে, যাৰ ফলত তেওঁ ‘ভোণ্ডু বচ্চা’ নামেৰে বিখ্যাত হৈ পৰিছে।

ৰাজ্যিক পৰ্যায়ত উজলিল ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ

গুৱাহাটীৰ গড়চুকত যোৱা ১৯, ২০, ২১ আৰু ২২ নৱেম্বৰত অনুষ্ঠিত হোৱা ৪১ সংখ্যক State Taekwondo Championship-ত উজ্জ্বল প্ৰদৰ্শনেৰে ধেমাজিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তিনিগৰাকী খেলুৱৈয়ে।

ৰাজ্য কঁপোৱা দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডৰ ২ হত্যাকাৰী গুলীবিদ্ধ
spot_imgspot_img