Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী।

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মবার্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মবার্ষিকী।জন্মৰ শতবার্ষিকীত সুধাকণ্ঠগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত।

এখন লেতেৰা নদী আৰু এজন যুৱকৰ কাহিনীঃ যি কাম চৰকাৰৰ দৃষ্টি নপৰিল সেই কাম কৰিলে এজন যুৱকে

যি কাম চৰকাৰৰ, সেই কাম কৰিলে এজন ছাত্ৰই। প্ৰথম অৱস্থাত মানুহে তেওঁক পাগল আখ্যা দিছিল। কিন্তু থমকি নৰ'ল ছাত্ৰজন।

এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতত পৰাস্ত পাকিস্তান

মহিলা এছিয়া কাপত ভাৰতৰ সন্মুখত আত্মসমৰ্পণ পাকিস্তানৰ। ভাৰতে ৭ উইকেটত পৰাস্ত কৰে পাকিস্তানক।

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আশাৰ আলোক, য়ুথ ক্লাব, ব্ৰাহ্মণ সভাৰ ২.৬১ লাখ টকা প্ৰদান

মানৱতাৰ হকে কাম কৰা 'মানুহে মানুহৰ বাবে---' সংগঠনক প্ৰশংসা, প্ৰকল্প নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ অঙ্গীকাৰ

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img