Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

৪,০০০ কোটি টকাৰ সম্পত্তিৰ মালিক বিজেপিৰ বিধায়কে মুম্বাইৰ ৰাজপথত ৪ ঘণ্টা ভিক্ষা খুজি লাভ কৰিলে মাত্ৰ ৮৪ টকা!

অসমৰ ‘আইৰণ লেডী’ সংযুক্তা পৰাশৰৰ নতুন কৃতিত্ব, চিআৰপিএফৰ কোব্ৰা বাহিনীৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাবে পৰিগণিত

বিনামূলীয়া নহ’ব UPI চাৰ্ভিছঃ ২ হাজাৰ টকা পৰ্যন্ত UPI বিনামূলীয়া

এতিয়াৰে পৰা আৰু বিনামূলীয়া নহ’ব UPI চাৰ্ভিছ। UPIৰ ২ হাজাৰৰ ওপৰৰ মাৰচেণ্ট পেমেণ্টত নতুন চাৰ্জ আৰোপ। ২ হাজাৰৰ ওপৰত পেমেণ্টত ভৰিব লাগিব ০.৪% মাচুল।

আজিৰে পৰা দিল্লীত ১৮ সংখ্যক ব্ৰিকছ শিখৰ সন্মিলন

ভাৰত মণ্ডপমত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই সন্মিলন। ১১ খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ অংশগ্ৰহণ

আজি ৰাষ্ট্ৰজুৰি ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ ধৰ্মঘট

বেংক ইউনিয়নৰ ধৰ্মঘটৰ ফলত ৩ দিন ধৰি ব্যাহত হ’ব বেংক সেৱা।সপ্তাহত দুদিন বন্ধৰ দাবী আৰু সেৱা সংযোগী উদগনিমূলক পদক্ষেপৰ দাবী তুলিছিল।

Popular

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।

অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ

মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
spot_imgspot_img