Tag: india

Browse our exclusive articles!

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

ভাৰততেই আছে বিশ্বৰ ৫০খন উষ্ম চহৰ

গ্ৰীষ্ম প্ৰবাহে এতিয়া দেশত কালান্তক ৰূপ ধাৰণা কৰিছে৷ দিল্লীকে ধৰি বহু ঠাইত তাপমাত্ৰাই ৪৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে৷

১০ ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

১০ ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। সেই মৰ্মে ১৮ জুনত ২৪খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। ১০ দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম।

বিনেশ ফ’গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিনেশ ফ'গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। এছিয়ান গেমছ'ত অন্তর্ভুক্ত কৰা নাছিল মল্লযুঁজাৰু বিনেশ ফ'গাটক।

গণ প্ৰহাৰত প্ৰাণ গ’ল দুই গৰু চোৰৰ

শোণিতপুৰৰ অসম-অৰুণাচলৰ সীমান্তৰ ভালুকপুঙৰ সমীপত দুজন গৰু চোৰ নিহত। ৰাইজৰ প্ৰহাৰত নিহত দুটাকৈ গৰু চোৰ।

Popular

নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

নগাঁৱৰ ফৌজদাৰীপট্টি গুৰুদ্বাৰত শ্ৰীশ্ৰী গুৰুনানক জীৰ ৫৫৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰামপুৰত ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

কোৰাণত মহিলাৰ বাবে বোর্খা বাধ্যতামূলক বুলি উল্লেখ নাইঃ জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক

'কোৰাণত মহিলাসকলৰ বাবে বোর্খা বাধ্যতামূলক বুলি কোনো কথা উল্লেখ নাই'। বলীউডৰ এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ মন্তব্যত বিতর্ক সৃষ্টি।বোৰ্খাৰ ব্যাখ্যা আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।
spot_imgspot_img