Breaking

Browsing Tag

manipur

‘৪৫ বছৰ হৈ গ’ল বৈবাহিক জীৱনৰ, কেতিয়াও খং কৰা নাই’! অধ্যক্ষৰ কথাত হাঁহি বিৰিঙিল ৰাজ্যসভাত…

দৰাচলতে ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে মণিপুৰৰ সৈতে জড়িত স্থগিতকৰণৰ জাননীৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল অধ্যক্ষ জগদীপ ধনখৰক। সংসদত চলি আছে বৰ্ষাকালীন অধিৱেশন। আনহাতে মণিপুৰৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ
Read More...

‘তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে’: হিংসাৰ বলি হোৱা মণিপুৰীসকলৰ কাষত থিয় হৈ ক’লে…

জাতিগত হিংসাত বিধ্বস্ত মণিপুৰলৈ আজি গমন কৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে। শনিবাৰে পুৱা ১৬ টা বিৰোধী দলৰ প্ৰায় ২০ জন প্ৰতিনিধিয়ে দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হয়। ইম্ফল পোৱাৰ পিছত তেওঁলোকে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ
Read More...

মণিপুৰলৈ ৰাওনা গৌৰৱ গগৈসহ ২০ জনীয়া INDIA মিত্ৰজোঁট…

আজি আৰু কাইলৈ মণিপুৰ ভ্ৰমণ কৰিব INDIA মিত্ৰজোঁটৰ ২০ জন সাংসদ দলে। এই দলত উপস্থিত থাকিব সাংসদ গৌৰৱ গগৈ। এই ২০ জন সংসদ সদস্যই অহা ২৯ আৰু ৩০ জুলাইত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰিব। হিংসাগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰা
Read More...

মিজোৰামৰ মুখ্যমন্ত্ৰীক আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক নিজৰ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ কয়।
Read More...

স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক জীৱন্তে জ্বলাই দিলে দুস্কৃতিকাৰীয়ে…

মণিপুৰ হিংসা: স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক দুস্কৃতিকাৰীয়ে ঘৰতে জীৱন্তে জ্বলাই দিলে! মণিপুৰৰ দুগৰাকী মহিলাক জাতিগত সংঘৰ্ষত উলংগ কৰি পেৰেড কৰা ভয়ানক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মণিপুৰৰ পৰা অহৰহ বহু হৃদয় বিদাৰক আৰু
Read More...

মিজোৰামত থকা মেইটেই লোকৰ নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ…

মিজোৰামত থকা মেইটেই লোকৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মিজোৰামত বসবাস কৰা মেইটেই জনগোষ্ঠীৰ লোকসকলক নিৰাপত্তাৰ আশ্বাস দি মিজোৰাম চৰকাৰে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ কৈছে। এটা প্ৰাক্তন উগ্ৰপন্থী সংগঠনে মেইটেই জনসাধাৰণক তেওঁলোকৰ সুৰক্ষাৰ বাবে
Read More...

মণিপুৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰী, কিয়াৰা আদৱানী আৰু বহু তাৰকাৰ…

মণিপুৰ বৰ্বৰ কাণ্ডই জোকাৰি গৈছে বহু তাৰকাৰ মন-মগজুৰ। এই ঘটনাক লৈ অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰী, কিয়াৰা আদৱানী আৰু বহু তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুগৰাকী মহিলাক লৈ কাণ্ড সংঘটিত হ'ল এই ভয়ংকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰা লগে
Read More...

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ মক্তব্যঃ ‘মানুহৰ দুখ-কষ্ট দেখি আমাৰ বুকুখন…

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ মক্তব্যঃ 'মানুহৰ দুখ-কষ্ট দেখি আমাৰ বুকুখন বিষাইছে...!' মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাক লৈ দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে কয় যে এই ঘটনা সভ্য সমাজৰ বাবে
Read More...

মণিপুৰৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহত অগ্নিসংযোগ শ শ মহিলাৰ…

মণিপুৰৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহ অগ্নিসংযোগ শ শ মহিলাৰ। মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই। মণিপুৰক দেশবাসীৰ ওচৰত লজ্জানত কৰা ঘটনাৰ অভিযুক্ত অভিযুক্ত হুইৰেম
Read More...

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে সদৰী কৰিলে এই তথ্য। ভাইৰেল হোৱা
Read More...