Breaking

Browsing Tag

manipur

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা । ৩ দিনত ৫ জন নিহত, ২০ জন আহত…

কিছুদিন শান্তিৰ অন্তত পুনৰ মণিপুৰত হিংসাত্মক ঘটনা । যোৱা ৩ দিনত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ৫ জন লোকৰ মৃত্যু হয়। যোৱা ৩ মাহ ধৰি মণিপুৰত চলি থকা হিংসাত্মক ঘটনা পুনৰ জ্বলিছে ৰাজ্যখন। ৰাজ্যৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত যোৱা তিনিদিনত
Read More...

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনা…

অশান্তজৰ্জৰ মণিপুৰত পুনৰ গুলীচালনাবিষ্ণুপুৰ, চূৰাচান্দপুৰ জিলাত আক্ৰমণ-প্রত্যাক্রমণতনিহত ২ বিষ্ণুপুৰ জিলাৰ
Read More...

মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা…

মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ
Read More...

২৩ বছৰৰ ব্যৱধানৰ অন্তত মণিপুৰত ৰাজহুৱাভাৱে প্ৰদৰ্শিত হ’ল হিন্দী চিনেমা…

এইবাৰ ইমান ৰক্তপাত, ইমান হিংসা, ইমান ঘৰ জ্বলোৱা অসহায়তাৰ পিছত ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ কুকিৰ সন্মুখত কঠোৰ যুঁজ নিক্ষেপ কৰা হৈছে। সেই হেঁপাহতে পাহাৰত বসবাস কৰা কুকি-জো-মাৰ সমাজে হিন্দী ছবিক বিশুদ্ধ ভাৰতীয়তাৰ স্পৰ্শকাতৰ পাত্ৰ হিচাপে বাছি
Read More...

মনিপুৰ কাণ্ডৰ নতুন মোৰ। কুকি সকল বাৰ্মাৰ প্ৰব্ৰজিত শৰনাৰ্থী !

মনিপুৰৰ কুকি সম্প্ৰদায়ৰ লোক সকল প্ৰকৃত ভাৰতীয় নাগৰিক হয় নে নহয় বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰাত সমগ্ৰ বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। তথ্যমতে ১৯৬৮ চনৰ ৬ জুনত তদনান্তীন জিলা উপায়ুক্তই চৰকাৰক কুকি সকল বাৰ্মাৰ পৰা প্ৰব্ৰজিত শৰনাৰ্থী
Read More...

‘৪৫ বছৰ হৈ গ’ল বৈবাহিক জীৱনৰ, কেতিয়াও খং কৰা নাই’! অধ্যক্ষৰ কথাত হাঁহি বিৰিঙিল ৰাজ্যসভাত…

দৰাচলতে ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে মণিপুৰৰ সৈতে জড়িত স্থগিতকৰণৰ জাননীৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল অধ্যক্ষ জগদীপ ধনখৰক। সংসদত চলি আছে বৰ্ষাকালীন অধিৱেশন। আনহাতে মণিপুৰৰ হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ
Read More...

‘তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে’: হিংসাৰ বলি হোৱা মণিপুৰীসকলৰ কাষত থিয় হৈ ক’লে…

জাতিগত হিংসাত বিধ্বস্ত মণিপুৰলৈ আজি গমন কৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে। শনিবাৰে পুৱা ১৬ টা বিৰোধী দলৰ প্ৰায় ২০ জন প্ৰতিনিধিয়ে দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হয়। ইম্ফল পোৱাৰ পিছত তেওঁলোকে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ
Read More...

মণিপুৰলৈ ৰাওনা গৌৰৱ গগৈসহ ২০ জনীয়া INDIA মিত্ৰজোঁট…

আজি আৰু কাইলৈ মণিপুৰ ভ্ৰমণ কৰিব INDIA মিত্ৰজোঁটৰ ২০ জন সাংসদ দলে। এই দলত উপস্থিত থাকিব সাংসদ গৌৰৱ গগৈ। এই ২০ জন সংসদ সদস্যই অহা ২৯ আৰু ৩০ জুলাইত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰিব। হিংসাগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰা
Read More...

মিজোৰামৰ মুখ্যমন্ত্ৰীক আন ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীক নিজৰ ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ কয়।
Read More...