Breaking

Browsing Tag

Nikhil Rava Mahila Parishad

নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত …

অসমৰ অন্যতম ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ ভগ্নী সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন।তিনিচুকীয়া জিলা নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত জাগুন সোণালী জনজাতি ৰাভা গাঁৱত অহা ৭ আৰু ৮ আগষ্ট তাৰিখে অনুষ্ঠিত হব এই প্ৰতিষ্ঠা দিৱস।
Read More...