Breaking

Browsing Tag

Parliament

সংসদত পুনৰ আক্ৰমণাত্মক ৰূপত পৱিত্ৰ মাৰ্ঘেৰিটা, কংগ্ৰেছৰ পূৰ্বৰ কুকীৰ্তি উদঙালে সদনত

লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা চৰকাৰৰ অৰ্থনৈতিক শ্বেতপত্ৰৰ সমৰ্থনত শনিবাৰে ৰাজ্যসভাত ভাষণ প্ৰদান কৰি মোদী চৰকাৰক উচ্চ প্ৰশংসা কৰাৰ সমান্তৰালভাৱে পুনৰবাৰ কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।
Read More...

নজিৰবিহীন ! লোকসভা-ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী বিৰোধী সাংসদক নিলম্বিত

লোকসভা-ৰাজ্যসভাত অব্যাহত আছে সংসদ নিলম্বনৰ ঘটনা। সোমবাৰৰ পিছত মঙলবাৰেও সংসদৰ পৰা বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন
Read More...

লোকসভাৰ পৰা সাংসদ পথ খাৰিজ মহুৱা মৈত্ৰৰ; বিগত সময়ত কোন কোন সাংসদক সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছে?

শুকুৰবাৰে টিএমচিৰ নেত্ৰী মহুৱা মৈত্ৰৰ বিৰুদ্ধে নগদ ধনৰ প্ৰশ্নৰ অভিযোগত লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয়। ২০০৫ চনতো ঐতিহাসিক ভোটত নগদ ধনৰ বিপৰীতে প্ৰশ্ন কেলেংকাৰীত ১১ জন সংসদ সদস্যক বহিষ্কাৰ কৰা হৈছিল।
Read More...

ৰাষ্ট্ৰপতি মুৰ্মুৰ স্বাক্ষৰঃ আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

২৭ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাই যেন পূৰ্ণতা লভিলে। লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হৈ পৰে বিধেয়ক খন। লোকসভাৰ বিশেষ অধিৱেশনত উচ্চ সদন আৰু নিম্ন সদনত বিধেয়কখন
Read More...