অপৰাধ

ৰশ্মিকা মাণ্ডন্নাৰ Deepfake ভিডিঅ’ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাৰ ডিপফেক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দুমাহতকৈও অধিক সময়ৰ পাছতে শনিবাৰে দিল্লী আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অন্ধ্ৰপ্ৰদেশৰ পৰা দিল্লী আৰক্ষীয়ে...

নগাঁৱত ভয়ংকৰ বোমা বিস্ফোৰণ!

ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱত ভয়ংকৰ অঘটন। নগাঁৱৰ কন্দলীত বোমা বিস্ফোৰণ ঘটনা। বিস্ফোৰণত ৪জন কিশোৰ আহত হৈছে বুলি জানিব পৰা গৈছে। কন্দলীস্থিত আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত এই...

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযানত নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ…

অবৈধ সুৰাৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযান, নিশা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ। বিহালী আৰক্ষীয়ে বিভিন্ন সময়ত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় সুৰা জব্দ কৰি আহিছে।...

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰ ! নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক…

APSC কেলেংকাৰিক লৈ উচ্চ ন্যায়ালয়ত শপতনামা ৰাজ্য চৰকাৰৰশপতনামা অনুসৰি কেলেংকাৰি সন্দৰ্ভত এতিয়ালৈ গ্ৰেপ্তাৰ নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক৪২ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিছে...

চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক উৎকোচ লােৱাৰ বাবে গ্ৰেপ্তাৰ…

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া। চিৰাঙৰ কাজলগাঁৱত আৰক্ষী উপ-পৰিদৰ্শকক গ্ৰেপ্তাৰ। ঢালিগাঁও টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চিণ্টু দাসক গ্ৰেপ্তাৰ। জব্দকৃত বাহন মোকলাই দিয়াৰ নামত ১০...

Popular